DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাধাৰণ ৰাইজৰ বাবে সকাহ; বেংকৰ দুদিনীয়া ধৰ্মঘট প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 9:41 am
5295-bank-indisde-new-750x375

প্ৰতিনিধিত্বমূলক ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

বেংকৰ ট্ৰেড য়ুনিয়নৰ প্ৰস্তাৱিত ২৬ আৰু ২৭ ছেপ্টেম্বৰৰ ধৰ্মঘট প্ৰত্যাহাৰ কৰা হৈছে। য়ুনিয়নে ১০টা বেংকৰ একত্ৰীকৰণ বিৰোধিতাৰে ধৰ্মঘট পালনৰ কথা ঘোষণা কৰিছিল।

য়ুনিয়নৰ নেতা আৰু কেন্দ্ৰীয় বিত্ত সচিব ৰাজীৱ কুমাৰৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই ধৰ্মঘট প্ৰত্যাহাৰ কৰা হয়।

বেংক য়ুনিয়নে জানিবলৈ দিয়ে যে চৰকাৰে তেওঁলোকৰ দাবী গুৰুত্ব সহকাৰে লৈছে আৰু ইয়াৰ ওপৰত বিবেচনা কৰাৰ আশ্বাস দিছে।

উল্লেখ্য যে বেংক কৰ্মচাৰীসকলৰ চাৰিটা সংগঠনে ২৬ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া ধৰ্মঘটৰ ঘোষণা কৰিছিল।

য়ুনিয়নে বেংকৰ একত্ৰীকৰণৰ বিৰোধিতাৰ লগতে একাদশ দৰমহা চুক্তি কাৰ্যকৰীকৰণৰ দাবীৰে ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বেংকিং খণ্ডৰ চাৰিটা ট্ৰেড সংগঠনে ২৫ ছেপ্টেম্বৰৰ নিশাৰ পৰা ২৭ ছেপ্টেম্বৰৰ মাজনিশালৈকে ধৰ্মঘটৰ আহ্বান জনাইছিল।

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেশ্যন(AIBOC), অল ইণ্ডিয়া বেংক অফিচাৰ্ছ এছোচিয়েশ্যন(AIBOA), ইণ্ডিয়ান নেশ্যনেল বেংক অফিচাৰ্ছ কংগ্ৰেছ INBOC) আৰু নেশ্যনেল অৰ্গেনাইজেশ্যন অফ বেংক অফিচাৰ্ছ (NOBO) য়ে একেলগে ধৰ্মঘটৰ জাননী দিছিল।

উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ ৰাজহুৱা খণ্ডৰ ১০টা বেংকৰ একত্ৰীকৰণ কৰি চাৰিটা বেংক কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd