• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে ‘বাওখুংৰি’ উৎসৱ আৰম্ভ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , April 13, 2019 10:59 am

1 min read

Baokhungri festival

বাওখুংৰি উৎসৱৰ এটা দৃশ্য।

726
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সপ্তম ‘বাওখুংৰি উৎসৱ’ আৰম্ভ হৈছে।

ভালেসংখ্যক আমন্ত্ৰিত অতিথি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বি টি চিৰ মুখ্য সচিৱ বিৰেণ চন্দ্ৰ ফুকনে উৎসৱখন আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।

তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বাওখুংৰি উৎসৱত সাংস্কৃতিক প্ৰদৰ্শনী, খাদ্য প্ৰদৰ্শনী, থলুৱা খেল-ধেমালী আৰু ট্ৰেকিঙকে আদিকৰি ভালেমান প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰিছে আয়োজক সমিতিয়ে।

বাওখুংৰি উৎসৱৰ এটা দৃশ্য

উৎসৱলৈ অহা অতিথিসকলে বাওখুংৰি পাহাৰত ট্ৰেকিঙ কৰাৰ সুবিধা লাভ কৰাৰ লগতে থলুৱা খাদ্য সম্ভাৰৰো জুতি ল’ব পাৰিব।

বহাগ বিহু (বড়ো সকলৰ মতে বৈশাগু) ৰ এদিন আগত সংক্ৰান্তিৰ দিনা বড়ো সকলে ‘বাওখুংৰি হাজ গাখৌনাই’ বা বাওখুংৰি পাহাৰত বগোৱা কামটো পৰম্পৰাগত ভাবে পালন কৰি আহিছে।

অসম পৰ্যটন বিভাগ আৰু বি টি চি প্ৰশাসনে এই পৰম্পৰাগত উৎসৱটো প্ৰতিবছৰে বাওখুংৰি উৎসৱ হিচাপে পালন কৰি উৎসৱৰ লগত বিভিন্ন অনুষ্ঠান, দুঃসাহসিক অভিযান আৰু থলুৱা প্ৰদৰ্শনী আৰু খেল-ধেমালী আয়োজন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰিছে।

চলিত বৰ্ষত উৎসৱত বিগত বৰ্ষতকৈ জনসাধাৰণৰ উপস্থিতি বৃদ্ধি পাৱ বুলি উদ্যোক্তা সমিতিয়ে আশা কৰিছে।

 

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd