• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

ল’কডাউনত চুলি-দাঢ়ি কাটিবলৈ অস্বীকাৰ কৰা বাবেই নাপিতক গুলীয়াই হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2020 7:53 pm

1 min read

ল’কডাউনত চুলি-দাঢ়ি কাটিবলৈ অস্বীকাৰ কৰা বাবেই নাপিতক গুলীয়াই হত্যা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9.8k
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ মেইনভা গাঁৱৰ দিনেশ ঠাকুৰ নামৰ এৰাকী নাপিতক ল’কডাউনৰ সময়ত সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা বাবেই গুলীয়াই হত্যা কৰা হয়।

দিনেশ ঠাকুৰৰ পত্নীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, ল’কডাউনৰ সময়ত গাঁৱবাসীয়ে দিনেশক চুলি আৰু দাঢ়ি কটাৰ বাবে জোৰ দি আহিছিল।

শনিবাৰে সন্ধিয়া বিপিন দাস নামৰ এগৰাকী ব্যক্তিয়ে দিনেশ ঠাকুৰক লৈ যোৱাৰ পাছত দেওবাৰে দিনেশ ঠাকুৰৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয় বুলিও পত্নীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশত ঘোষণা কৰা ল’কডাউনৰ সময়ত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চেলুন সমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল।

অসমতো চেলুন আৰু পাৰ্লাৰ সমূহ বন্ধ হৈ আছে যদিও তৃতীয় পৰ্যায়ৰ ল’কডাউনত নাপিত সকলক ঘৰে ঘৰে গৈ চুলি আৰু দাঢ়ি কটাৰ বাবে অনুমতি দিয়া হৈছে।

উল্লেখযোগ্য যে, ভাৰতত আজি ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৪,০০০ অতিক্ৰম কৰে আৰু এই ভাইৰাছ বিধৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ১৫০০ অতিক্ৰম কৰিছে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd