• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভুৱা TRP বিতৰ্কৰ মাজতে টিভি চেনেলৰ সাপ্তাহিক ৰেটিং বন্ধ কৰিলে BARC-য়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 5:18 pm

1 min read

931933-what-are-trp-ratings-and-how-it-is-rigged

প্ৰতিনিধিত্বমূলক ফটো।

3.2k
VIEWS
Share on FacebookShare on Twitter

ভুৱা টি আৰ পি বিতৰ্কৰ মাজতে ৰেটিং এজেন্সি ব্ৰডকাষ্ট অ’ডিয়েন্স’ ৰিচাৰ্ছ কাউন্সিল (BARC)য়ে অহা ১২ সপ্তাহলৈ টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং বন্ধ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে।

যোৱা কিছুদিনৰ পৰা ভুৱা টি আৰ পি তথা ৰেটিঙকৰ কেলেংকাৰিক লৈ চলি থকা সৰৱ চৰ্চাৰ মাজতে এই সন্দৰ্ভত BARCয়ে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

ৰেটিং সংস্থাটোৱে ইয়াৰ প্ৰণালীৰ বিতংভাৱে তদন্ত কৰি চাবলৈ ১২ সপ্তাহলৈকে সাপ্তাহিক ৰেটিং বন্ধ কৰি ৰাখিছে।

ৰেটিঙৰ ক্ষেত্ৰত লোৱা এই সিদ্ধান্ত ইংৰাজী, হিন্দী, আঞ্চলিক ভাষা আৰু ব্যৱসায়িক নিউজ চেনেলসমূহত প্ৰযোজ্য হ’ব।

উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ লগতে দুটা মাৰাঠী টেলিভিছন চেনেলৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিআৰপি মেনেজ কৰাৰ অভিযোগ উত্থাপন  কৰিছিল।

ইয়াৰ পাছতে টি আৰ পি কেলেংকাৰিয়ে সমগ্ৰ দেশ জোকাৰি গৈছিল।

ৰেটিং এজেন্সিটোৱে ভুৱা ৰেটিঙৰ বাতৰি আৰু তেনে অভিযোগসমূহৰ ওপৰত ভালদৰে পৰ্যপেক্ষণ কৰি এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা পৰ্যন্ত নিউজ জ’নাৰৰ লগতে সকলো বাতৰি চেনেলৰ বাবে পৃথক পৃথকৈ জাৰি কৰা সাপ্তাহিক ৰিপৰ্ট বন্ধ ৰাখিব।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd