DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিঁয়াজৰ দাম নিয়ন্ত্ৰণৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত ব্যৱসায়ীৰে আলোচনা

আনিছুজ জামান by আনিছুজ জামান
September 25, 2019 9:59 pm
IMG-20190925-WA0019

ফটো : নৰ্থ-ইষ্ট নাও

14.3k
VIEWS
Share on FacebookShare on Twitter

পিঁয়াজৰ বৰ্ধিত মূল্যক লৈ উদ্বিগ্ন বৰপেটা জিলা প্ৰশাসনে আজি ইয়াৰ মূল্য নিয়ন্ত্ৰণ সম্পৰ্কত আলু-পিঁয়াজৰ ব্যৱসায়ী সকলৰ সৈতে এক আলোচনাত মিলিত হয়।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বগা আলু সৰ্বাধিক ১৩ টকা আৰু পিঁয়াজৰ সৰ্বাধিক দৰ ৫৫ টকা নিৰ্ধাৰণ কৰা হয়।

সমগ্ৰ বৰপেটা জিলাতে এই দুবিধ সামগ্ৰীৰ খুচুৰা বজাৰত এয়া সৰ্বোচ্চ নিৰিখ বুলি আলোচনাৰ আধাৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়ে।

ইয়াতকৈ অধিক দামত আলু আৰু পিয়াঁজ বিক্ৰী কৰিলে বিক্ৰেতাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই ঘোষণা কৰে।

সভাত অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, যোগান বিভাগৰ বিষয়াৰ লগতে ভালে সংখ্যক আলু-পিয়াঁজৰ খুচুৰা আৰু পাইকাৰী বিক্ৰেতা উপস্থিত থাকে।

সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰশাসনৰ তৰফৰ পৰা আলু পিয়াঁজৰ বজাৰ আৰু যোগান পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰখা হ’ব আৰু অধিক দাম বৃদ্ধিৰ আশংকাৰ উদ্ভৱ হ’লে পুনৰ আলোচনাত মিলিত হ’ব।

Recent News

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd