DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত পলিথিন মুক্ত দুৰ্গা পূজা উদযাপনৰ বাবে জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
September 18, 2019 9:08 pm
Durga Puja

দুৰ্গা পূজা সম্বন্ধত বৰপেটা জিলা উপায়ুক্তৰ বৈঠক

888
VIEWS
Share on FacebookShare on Twitter

সমাগত শাৰদীয় দুৰ্গোৎসৱ সমগ্ৰ  বৰপেটা জিলাত সম্পূৰ্ণ পলিথিন মুক্ত ৰূপত পালন কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷

জিলাখনত পলিথিন মুক্তৰ লগতে শান্তিপূৰ্ণভাবে পূজা  উদযাপন কৰাৰ উদ্দেশ্যে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷

সভাত পলিথিনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই চক্ৰ বিষয়া সকলক নিৰ্দেশ দিয়ে ৷

পূজা মণ্ডপ সমূহৰ পৰিষ্কাৰ-পৰিছন্নতা নিশ্চিত কৰাৰ বাবে এইবাৰ প্ৰতিখন পূজা সমিতিয়ে লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব বুলি  মুনীন্দ্ৰ শৰ্মাই উল্লেখ কৰে।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি এইবাৰ স্বচ্ছতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিবলৈ পূজা সমিতি সমূহক উপায়ুক্ত গৰাকীয়ে অনুৰোধ জনায় ।

নিৰাপত্তা জনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি পূজা মণ্ডপ সমূহত ক্লোজড চাৰ্কিট (চিচি) কেমেৰা লগোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰাৰ লগতে মণ্ডপ সমূহত উচ্চ স্বৰত মাইক নবজাবলৈ আৰু নিশা ১০ বজাৰ পিছত মাইক বন্ধ ৰাখিবলৈ তেওঁ  নিৰ্দেশ দিয়ে ৷

গুৰুত্বপূৰ্ণ সভাখনত আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, পুলক পাটগিৰী, দুলাল দেবনাথ আৰু পল্লব মজুমদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চক্ৰ বিষয়া সকল, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বিদ্যুৎ বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পূজা সমিতি সমূহৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd