• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা আৰক্ষীৰ সফলতা : জালনোট সহ আটক দুই জালনোট ব্যৱসায়ী

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , September 7, 2019 12:41 pm

1 min read

Bike theif, Barpeta

ফটো : নৰ্থইষ্ট নাও

808
VIEWS
Share on FacebookShare on Twitter

চোৰাং কাৰবাৰ তথা অবৈধ কাম কাজৰ ওপৰত দৃষ্টি ৰাখি বৰপেটা আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা৷

বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া এক গোপন সুত্ৰৰ আধাৰত অভিযান চলাই গৰেমাৰী বজাৰত জালনোট সহ দুই জালনোট ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷

বৰপেটাৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক অমৃত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে গৰেমাৰী বজাৰত অভিযান চলাই ১,৯৭,৫০০টকাৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ দলটোৱে জালনোট ব্যৱসায়ী চক্ৰটোৰ দুজন ক্ৰমে বাঘবৰৰ দীঘিৰপাম গাঁওৰ ৰকিবুল হুছেইন আৰু বাঘবৰৰ ১নং বৰদলনি গাঁওৰ জোনাব আলীক গ্ৰেপ্তাৰ কৰে ৷

ধৃত দুই জালনোট ব্যৱসায়ীয়ে জালনোট বোৰ এএছ ০১ এ ইউ ৮২৯৫ নম্বৰৰ মটৰ চাইকেলৰ চীটৰ তলত লুকুৱাই গৰেমাৰী বজাৰত সলনি কৰাৰ উদ্দেশ্যে আহোতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আটক কৰা জালনোট ব্যৱসায়ী দুজনৰ পৰা ব্যৱসায়ী চক্ৰটোৰ বিতং তথ্য আহৰণৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd