• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ৰাখক শান্তিপূৰ্ণ প্ৰতিবাদ : বৰষা ৰাণী বিষয়া

Smita Addy স্মিতা ভট্টাচাৰ্য
যোৰহাট , January 4, 2020 7:26 am

1 min read

Story-15-1140x570

শুকুৰবাৰে মৰিয়নিত অভিনেত্ৰী বৰষাৰাণী বিষয়া। ফটো: নৰ্থইষ্ট নাও

702
VIEWS
Share on FacebookShare on Twitter

বৰষুণ তথা ডাৱৰীয়া বতৰৰ মাজতে মৰিয়নিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।

স্থানীয় লোকৰ সহযোগত শিল্পী সমাজে আয়োজন কৰা প্ৰতিবাদী সভাত প্ৰতিবাদকাৰীসকলে অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অমৃতা গগৈ আৰু কণ্ঠশিল্পী জয়ন্ত নাথৰ বক্তৃতা মনোযোগেৰে শুনে।

অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁৰ বক্তৃতাত ৰাইজক কা’ৰ বিৰুদ্ধে  শান্তিপূৰ্ণভাৱে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

‘’যেতিয়ালৈকে কা বাতিল নহয়, প্ৰতিবাদ অব্যাহত ৰাখক কিন্তু শান্তিপূৰ্ণভাৱে কৰক আৰু আপোনালোকৰ প্ৰতিবাদ পৰিত্যাগ নকৰিব। প্ৰতিবাদক বিভাজিত তথা দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কৌশলত ভোল নাযাব,’’-বৰষাই কয়।

প্ৰতিবাদী সভাত প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্ল’গান দি পৰিৱেশ মুখৰ কৰি তোলে।

কেইবাগৰাকীয়ো বক্তাই কয় যে অহা বিধানসভাৰ নিৰ্বাচনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ অনুগামীসকলক এক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ সাজু আছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd