• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ বছৰ পূৰ্বে পিতৃৰ বিৰুদ্ধে আৰু এতিয়া পুত্ৰৰ সৈতে বেটিং কৰি ইতিহাস গঢ়িলে উথাপ্পাই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2020 3:53 pm
58.4k
VIEWS
Share on FacebookShare on Twitter

য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ য়ু এ ইত চলি থকা আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটো কেইবাটাও বিশেষ কাৰণৰ বাবে স্মৰণীয় হৈ ৰ’ব।

প্ৰতিযোগিতাখনত কেইবাজনো ক্ৰিকেটাৰে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ ৰাজস্থান ৰয়েলছ দলৰ ক্ৰিকেটাৰ ৰবিন উথাপ্পাই এক অনন্য কৃতিত্বৰ অধিকাৰী হয়।

১৬ বছৰ পূৰ্বে পিতৃৰ বিৰুদ্ধে আৰু এতিয়া পুত্ৰৰ সৈতে বেটিং কৰি উথাপ্পাই আই পি এলত এক ইতিহাস ৰচনা কৰে।

ৰাজস্থানে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত উথাপ্পাই ৰিয়ান পৰাগৰ সৈতে বেটিং কৰাৰ লগে লগে এই বিৰল কৃতিত্বৰ অধিকাৰী হয়।

উথাপ্পাই ১৬ বছৰ পূৰ্বে ৰিয়ান পৰাগৰ পিতৃ পৰাগ দাসৰ সৈতেও খেলিছিল। পাৰ্থক্য এটাই আছিল যে উথাপ্পাই তেতিয়া ৰিয়ানৰ পিতৃৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হৈছিল।

দিল্লীৰ বিৰুদ্ধে খেলা মেচখনত সঞ্জু ছেমছনৰ ৰূপত ৰাজস্থানৰ চতুৰ্থটো উইকেট পতনৰ পিছতে বেটিং কৰিবলৈ আহে ৰিয়ান পৰাগ। তেতিয়া ক্ৰিজত উথাপ্পা আৰু ৰিয়ান আছিল।

পঞ্চম উইকেটৰ বাবে দুয়োৰে মাজত ১৩ ৰানৰ পাৰ্টনাৰশ্বিপ হয়। অৱশ্যে মেচখনত ৰিয়ানে ১ ৰান কৰাৰ পিছতে ৰান আউট হৈ পেভেলিয়নলৈ উভতি যায়।

Recent News

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ আৱিষ্কাৰ! কণ্ঠবিহীন লোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ চেন্সৰ

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

চুৰি কৰিবলৈ গৈ গৃহস্থৰ পাকঘৰত ৰান্ধি থোৱা ভাত খাই টোপনিত ঢলি পৰিল চোৰ! পুৱা জগাই দি উত্তম-মধ্যম সোধালে গৃহস্থই

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

নাহৰকটীয়াৰ ৰিগত অঘটন! দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত আন এজন

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd