DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ফুটবল ষ্টাৰ মেছীয়ে আগবঢ়ালে ৫ লাখ য়ুৰো ডলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 10:27 pm
Messi

ফুটবল ষ্টাৰ মেছী

337
VIEWS
Share on FacebookShare on Twitter

আৰ্জেণ্টিনাৰ ষ্টাৰ ফুটবলাৰ লিয়’নেল মেছীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ দেশৰ এখন চিকিৎসালয়ক ৫ লাখ য়ুৰো ডলাৰ প্ৰদান কৰিছে।

এটা নিউজ এজেন্সিৰ পৰা জানিব পৰা মতে মেছীয়ে ৫ লাখ ৪০ হাজাৰ ডলাৰ চিকিৎসালয়খনক প্ৰদান কৰিছে।

ফুটবলাৰ গৰাকীয়ে আগবঢ়োৱা এই ধন ৰশিৰে চিকিৎসালয়খনে স্বাস্থ্য কৰ্মীসকলৰ সুৰক্ষা সম্বন্ধীয় সামগ্ৰীৰ লগতে পি পি ই কিট ক্ৰয়ৰ বাবে ব্যয় কৰিব।

কাছা গৰহনৰ পৰিচালন সঞ্চালক ছিলবিয়া কছাবে কয়, ‍‘এই সহায়ে আমাৰ স্বাস্থ্যখণ্ডক যথেষ্ট উপকৃত কৰিব’।

তেওঁ লগতে কয়, ‍‘মেছীয়ে আগবঢ়োৱা অৰ্থৰে চিকিৎসালয়ৰ বাবে ভেণ্টিলেশ্যনৰ সামগ্ৰীৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অতি শীঘ্ৰে ক্ৰয় কৰা হ’ব। ইয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক উপকৃত কৰিব’।

আৰ্জেণ্টিনাৰ এই গৰাকী মহান ফুটবলাৰে ইয়াৰ পূৰ্বে মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ স্পেইনৰ বাৰ্ছিলোনাৰ এখন চিকিৎসালয়ক ১০ লাখ য়ুৰো প্ৰদান কৰিছিল। চিকিৎসালয় কৰ্তৃপক্ষই এই কথা নিজেই টুইটাৰযোগে ঘোষণা কৰিছিল।

Recent News

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd