DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিবিচিৰ তথ্য চিত্ৰ : জামিয়া মিলিয়াত আটক এছ এফ আইৰ সদস্য

কেৱল জামিয়া মিলিয়াতেই নহয়, জে এন ইউতো বুধবাৰে তথ্যচিত্ৰ খন চাবলৈ তৎপৰ হৈছিল ভালেসংখ্যক শিক্ষাৰ্থী। কিন্তু তথ্যচিত্ৰখন চোৱাত তেওঁলোককো বাধা আৰোপ কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 26, 2023 11:37 am
58
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত আৰক্ষীয়ে আটক কৰে এছ এফ আইৰ ৭ গৰাকী সদস্যক।

বুধবাৰে বাওঁপন্থী ছাত্ৰ সংগঠন এছ এফ আইৰ সদস্য সকলে বিবিচিয়ে নিৰ্মাণ কৰা মোডী বিষয়ক বিতৰ্কিত তথ্যচিত্ৰ খন চাবলৈ প্ৰস্তুতি চলাওঁতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে শিক্ষাৰ্থী কেইজনক।

ইয়াৰ পিছতেই আৰক্ষীৰ এই কাণ্ডৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰে ছাত্ৰ-ছাত্ৰী কেইগৰাকীক।

কেৱল জামিয়া মিলিয়াতেই নহয়, জে এন ইউতো বুধবাৰে তথ্যচিত্ৰ খন চাবলৈ তৎপৰ হৈছিল ভালেসংখ্যক শিক্ষাৰ্থী। কিন্তু তথ্যচিত্ৰখন চোৱাত তেওঁলোককো বাধা আৰোপ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে ২০০২ চনত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ সম্পৰ্কে বিবিচিয়ে নিৰ্মাণ কৰিছিল এই বিশেষ তথ্যচিত্ৰখন। উক্ত সাম্প্ৰদায়িক ঘটনাৰ লগত নৰেন্দ্ৰ মোডী জড়িত থকাৰ কথাৰ উল্লেখ আছিল বিবিচিৰ চলচিত্ৰখনত। যাৰ বাবে চৰকাৰৰ দ্বাৰা টুইটাৰকে ধৰি বাকী মাধ্যমসমূহৰ পৰাও আঁতৰাই দিয়া হৈছিল বিবিচিৰ এই তথ্যচিত্ৰখন।

Recent News

Mamata Banerjee

কেন্দ্ৰই পৰিশোধ কৰা নাই ধন: দুদিনীয়া ধৰ্ণাত বহাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব আৰু ক্ষমতা বিকাশৰ ওপৰত কৰ্মশালা

Indigo

উৰন্ত ইণ্ডিগ’ বিমানত যাত্ৰীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি: জৰুৰী অৱতৰণ ৰেঙ্গুনত

বিশেষ পদ্ধতিৰে মহাকাশৰ আৱৰ্জনা পৰিষ্কাৰ; বাণিজ্যিক পৰিসৰত কাম কৰাৰ প্ৰস্তাৱ নাছাৰ

বিশেষ পদ্ধতিৰে মহাকাশৰ আৱৰ্জনা পৰিষ্কাৰ; বাণিজ্যিক পৰিসৰত কাম কৰাৰ প্ৰস্তাৱ নাছাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd