• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেটাৰসকলৰে বাৰ্ষিক চুক্তিৰ তালিকা প্ৰকাশ বিচিচিআইৰ, কোনে কিমান কোটি টকা লাভ কৰিব?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2021 4:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বৰ্তমান আইপিএলৰ উন্মাদনা চলি আছে।

সেইসময়তে ভাৰতীয় ক্ৰিকেট বোৰ্ড বিচিচিআইয়ে ক্ৰিকেটাৰসকলৰ স’তে চলিত বৰ্ষৰ বাৰ্ষিক চুক্তিৰ তালিকাখনি প্ৰকাশ কৰিছে।

Apply Now

এই বৰ্ষত মুঠ ২৮জন ক্ৰিকেটাৰক তালিকাখনত অন্তৰ্ভূক্ত কৰা হৈছে।

আটাইকেওজন ক্ৰিকেটাৰকে চাৰিটাকৈ গ্ৰেডৰ দ্বাৰা ভাগ কৰা হৈছে।

বিচিচিআইয়ে জনাইছে যে, তালিকাখনৰ সৰ্বোচ্চ গ্ৰেড এ প্লাছত (A+) তিনিজন ক্ৰিকেটাৰক ৰখা হৈছে।

তেওঁলোক হৈছে- অধিনায়ক বিৰাট কোহলী, সহঃ অধিনায়ক ৰোহিত শৰ্মা আৰু ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ।

তেওঁলোকে বছৰি সাত কোটি টকা বোৰ্ডৰ পৰা লাভ কৰিব।

এ প্লাছৰ পৰৱৰ্তী গ্ৰেড এ (A)-ত স্থান লাভ  কৰিছে দহজন ক্ৰিকেটাৰে।

তেওঁলোক হৈছে- অপেনাৰ শিখৰ ধাৱান, টেষ্ট অধিনায়ক আজিংক্য ৰাহানে, স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা, বেটছমেন চেতেশ্বৰ পূজাৰা, ফাষ্ট বলাৰ ইশান্ত শৰ্মা, উইকেটকীপাৰ ঋষভ পণ্ট, বেটছমেন কে এল ৰাহুল, অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া আৰু ফাষ্ট বলাৰ মহম্মদ ছামি।

এওঁলোকে প্ৰত্যেকেই বছৰি পাঁচ কোটি টকা লাভ কৰে।

উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই বি গ্ৰেডৰ এ গ্ৰেডত স্থানত লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, পাণ্ডিয়াৰ বিপৰীতে এ গ্ৰেডৰ পৰা পৰৱৰ্তী বি (B) গ্ৰেডলৈ অৱনমিত হৈছে ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰ।

ভুৱনেশ্বৰ স’তে বি গ্ৰেডত স্থান লাভ কৰিছে মুঠ পাঁচজন ক্ৰিকেটাৰে।

তেওঁলোক হৈছে- ফাষ্ট বলাৰ উমেশ যাদৱ, ছাৰদুল ঠাকুৰ, অপেনাৰ মায়াংক আগৰৱাল, উইকেট কীপাৰ ঋদ্ধিমান সাহা।

এওঁলোকে বছৰি তিনি কোটি টকা লাভ কৰিব।

অন্তিম গ্ৰেড চি (C)-ত অন্তৰ্ভূক্ত হৈছে স্পীনাৰ কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, নৱদীপ সাইনি।

তেওঁলোকে বছৰি এক কোটিকৈ লাভ কৰিব।

আনহাতে, বোৰ্ডৰ এই তালিকাৰ পৰা মনীশ পাণ্ডে আৰু কেদাৰ যাদৱ বাদ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিশ্বাসযোগ্যতা আৰু আইনী গ্ৰহণযোগ্যতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ পৰৱৰ্তী শুনানিৰ দিন গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৪ নৱেম্বৰত ধাৰ্য কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ নেতৃত্বাধীন বিচাৰপীঠে যোৱা ১৮ ছেপ্টেম্বৰত আৱেদনখনৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰাথমিক শুনানি গ্ৰহণ কৰে। অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান আৰু কংগ্ৰেছ নেতা গুপ্তমণি শৰ্মা তথা ৰিপুন বৰাই যুটীয়াভাৱে দাখিল কৰা এই আৱেদনত ইভিএমত ব্যৱহৃত ছেমিকণ্ডাক্টৰ প্ৰযুক্তি, মাইক্ৰ’চিপ, ইয়াৰ ছ’ৰ্চ ক’ড আৰু প্ৰগ্ৰেমিঙৰ স্বচ্ছতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা হৈছে।

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ব্যৱহৃত ইভিএমৰ বিশ্বাসযোগ্যতা আৰু আইনী গ্ৰহণযোগ্যতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ পৰৱৰ্তী শুনানিৰ দিন গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৪ নৱেম্বৰত ধাৰ্য কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ নেতৃত্বাধীন বিচাৰপীঠে যোৱা ১৮ ছেপ্টেম্বৰত আৱেদনখনৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰাথমিক শুনানি গ্ৰহণ কৰে। অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান আৰু কংগ্ৰেছ নেতা গুপ্তমণি শৰ্মা তথা ৰিপুন বৰাই যুটীয়াভাৱে দাখিল কৰা এই আৱেদনত ইভিএমত ব্যৱহৃত ছেমিকণ্ডাক্টৰ প্ৰযুক্তি, মাইক্ৰ’চিপ, ইয়াৰ ছ’ৰ্চ ক’ড আৰু প্ৰগ্ৰেমিঙৰ স্বচ্ছতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা হৈছে।

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd