DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিটমেন ৰোহিত শৰ্মালৈ খেলৰত্ন! অৰ্জুন বঁটাৰ বাবে মনোনীত আন তিনিগৰাকী ক্ৰিকেটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 31, 2020 10:16 am
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

ৰোহিত শৰ্মা। ফটো উৎস-ইণ্টাৰনেট

31.2k
VIEWS
Share on FacebookShare on Twitter

সন্মানীয় ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে বিচিচিআইয়ে অনুমোদন জনাইছে হিটমেন ৰোহিত শৰ্মাৰ নাম।

আনহাতে, শিখৰ ধাৱান, ইশান্ত শৰ্মা আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ দীপ্তি শৰ্মাৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই যোৱা কেইবছৰ ধৰি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে কেইবাটাও অভিলেখো গঢ়িছে।

ৰোহিত শৰ্মাই ২০১৯ বৰ্ষৰ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰিছিল।

বিশ্ব ক্ৰিকেটত এটা বিশ্বকাপত পাঁচটাকৈ চেঞ্চুৰীৰ অভিলেখৰ গৰাকী ৰোহিত শৰ্মাই অভিষেক টেষ্ট মেচত দুয়োটা ইনিংছতে চেঞ্চুৰী কোবোৱাৰ দৃষ্টান্তও আছে।

আনহাতে, টী-২০ ক্ৰিকেটত চাৰিটাকৈ চেঞ্চুৰীৰ একমাত্ৰ অভিলেখৰ গৰাকী হ’ল ৰোহিত শৰ্মা।

এই সময়ত বিচিচিআইৰ দৃষ্টিত ৰোহিত শৰ্মাৰ বাদে খেলৰত্নৰ বাবে আন কোনো উপযুক্ত খেলুৱৈৰ নাম সন্মুখত নাই।

ইপিনে অৰ্জুন বঁটাৰ বাবে মনোনীত শিখৰ ধাৱানো এগৰাকী দৃঢ় অপেনাৰ। অবিষেত মেচতে চেঞ্চুৰী কৰা শিখৰ ধাৱানে আইচিচি ট্ৰফীত সৰ্বাধিক ৰাম কৰাৰ বাবে একেৰাহে দুবাৰকৈ গ’ল্ডেন বেট লাভ কৰিছিল।

সেইদৰে, ভাৰতীয় দলত বৰ্তমান ছিনিয়ৰ বলাৰ ইশান্ত শৰ্মায়ো বহুদিন ধৰি আন্তৰ্জাতিক মেচত ভাল প্ৰদৰ্শন দেখুৱাই আহিছে।

এছিয়া মহাদেশৰ বাহিৰত ভাৰতীয় পেচাৰসকলৰ ভিতৰত আটাইতকৈ বেছি উইকেট লাভ কৰাৰ অভিলেখ আছে অৰ্জুন বঁটাৰ বাবে মনোনীত ইশান্তৰ।

Recent News

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Rhino found dead

গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ

Fake encounter in Assam

ভুৱা এনকাউণ্টাৰ: দুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd