• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ ছেপ্তেম্বৰৰ পৰা আই পি এল আয়োজনৰ কুচকাৱাজ চলাইছে বি চি চি আইয়ে

NE NOW NEWS
গুৱাহাটী , June 17, 2020 10:26 am

1 min read

ঐতিহাসিক শিৱদ’ল বিষ্ণুদ’লত চুৰিকাৰ্য সংঘটিত কৰা তিনি চোৰক আটক
23.8k
VIEWS
Share on FacebookShare on Twitter

চলিত বছৰৰ ২৬ ছেপ্তেম্বৰৰ পৰা আই পি এল ২০২০ আয়োজন কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে বি চি চি আইয়ে।

প্ৰকাশ পোৱা মতে, ইতিমধ্যে বি চি চি আইয়ে সকলো ফ্ৰেঞ্চাইজি, সংবাদ মাধ্যমৰ সহযোগী আৰু ষ্টেকহ’ল্ডাৰৰ সৈতে কথা-বতৰা আৰম্ভ কৰিছে।

তদুপৰি বি চি চি আই্‌ সভাপতি সৌৰভ গাংগুলীয়ে আই পি এল আয়োজন সন্দৰ্ভত সদস্য সংস্থাসমূহলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

অৱশ্যে, অক্টোবৰ-নৱেম্বৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ পিছুৱাই দিলেহে আই পি এল আয়োজন কৰাটো সম্ভৱপৰ হ’ব।

এই ন্দৰ্ভত বি চি চি আই্‌ এটা সূত্ৰই কয়, ‍‘আমি পৰিকল্পনা কৰি ৰৈ থাকিব নোৱাৰে। আই চি চিয়ে বিশ্বকাপ সন্দৰ্ভত সিদ্ধান্ত লওক। তেতিয়াহে আমি আই পি এল আয়োজন সন্দৰ্ভত আগবাঢ়িব পাৰিম’।

ইফালে মুম্বাই মিৰৰ কাকতত প্ৰকাশ পাইছে আই পি এলৰ নতুন সময়সূচী। কাকতখনৰ মতে ২৬ ছেপ্তেম্বৰত আৰম্ভ হৈ ৮ নৱেম্বৰত টুৰ্ণামেণ্টখথন অন্ত পৰিব।

অৱশ্যে এই পৰ্যন্ত বি চি চি আইয়ে টুৰ্ণামেণ্টখনৰ খেলসমূহ ক’ত অনুষ্ঠিত হ’ব সেই সম্পৰ্কে একো স্পষ্ট সিদ্ধান্ত ল’ব পৰা নাই।

উল্লেখ্য যে মাৰ্চৰ শেষৰ ফালে আৰম্ভ হ’বলগীয়া চলিত বৰ্ষৰ আই পি এল মহামাৰী ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd