• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ সম্পৰ্কত অনলাইনত বিয়পি ফুৰা ১০ টা অপপ্ৰচাৰ তথা উৰা বাতৰি কি কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2020 1:02 pm
People with this blood group most vulnerable to coronavirus!

প্ৰতিনিধিত্বমূলক ছবি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সম্পৰ্কে অনলাইনত বিভিন্ন ধৰণৰ অপ্ৰচাৰ তথা উৰা বাতৰি চলি থকা দেখা গৈছে।

এনে ধৰণৰ অপ্ৰচাৰে জনসাধাৰণক অধিক ভীতিগ্ৰস্ত কৰাৰ লগতে আংতকৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Apply Now

আজি আমি এনেধৰণৰ ১০ টা অপ্ৰচাৰ তথা উৰা বাতৰিৰ সম্পৰ্কে আপোনালোকক অৱগত কৰাব খুজিছো।

১. ক’ৰ’না প্ৰতিৰোধ বিশেষ মাস্ক তৈয়াৰ

বিশ্বব্যাপী ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে এই উৰা বাতৰি অনলাইনযোগে বিয়পোৱা হৈছে যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ মাস্ক তৈয়াৰ কৰা হৈছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই কৈছে যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কোনো বিশেষ মাস্ক তৈয়াৰ কৰা হোৱা নাই।

২. N95ৰ মাস্কৰ সম্পৰ্কেও উৰা বাতৰি

N95 চাৰ্জিকেল মাস্কৰ সম্পৰ্কেও চ’ছিয়েল মিডিয়া তথা অনলাইনত উৰা বাতৰি তথা ভুৱা প্ৰচাৰ চলি আছে। প্ৰকৃততে চাৰ্জিকেল মাস্কে ক’ৰ’না প্ৰতিৰোধৰ বাবে সুৰক্ষিত বুলি বিশ্ব স্বাস্থ্য সংস্থা(WHO) বা চিকিৎসকে কেতিয়াও কোৱা নাই। ব্যৱসায়িক স্বাৰ্থত এইবোৰ ভুৱা প্ৰচাৰ কৰা হৈছে।

৩. ঔষধ উদ্ভাৱন

এতিয়ালৈকে ক’ৰ’নাৰ কোনো প্ৰতিষেধক উলোৱা নাই। বিভিন্ন অনলাইন চাইটবোৰত ক’ৰ’না প্ৰতিষেধক ঔষধ ওলোৱা বুলিও প্ৰচাৰ চলোৱা দেখা গৈছে। নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে এচামে এই পন্থা হাতত লোৱা দেখা গৈছে।

৪. অনলাইল চাইটত অপপ্ৰচাৰ

কোনো অনিয়মিত তথা অপৰিচিত অনলাইন চাইটত ক’ৰ’না ভাইৰাছ সম্পৰ্কে অপ্ৰচাৰ চলোৱা দেখা গৈছে। গতিকে এইবোৰ এৰাই চলক আৰু বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই আগবঢ়োৱা স্বাস্থ্য বিধি-বিধাম মানি চলক।

৫. কিট প্ৰস্তুত

এই মাৰাত্মক ভাইৰাছবিধক নিৰ্মূল কৰিবলৈ কোনো কিট প্ৰস্তুত কৰা হোৱা নাই। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চিকিৎসা বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক তৈয়াৰৰ বাবে অহৰহ চেষ্টা চলাই আছে যদিও এতিয়াও সফল হ’ব পৰা নাই। এই ভাইৰাছ নিৰ্মূলৰ বাবে কিট ওলোৱাৰ কিছুমান বিজ্ঞাপন প্ৰচাৰ হোৱা দেখা গৈছে। এনে অপ্ৰচাৰত ভুল নাযাব।

৬. ছ’চিয়েল মিডিয়াৰ অপপ্ৰচাৰ

চ’ছিয়েল মিডিয়াত ক’ৰ’না ভাইৰাছ সম্পৰ্কত বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ চলা দেখা গৈছে। হোৱাটছএপ, টিকটক ফেইচবুক আদিৰ মাধ্যমত ভিডিঅ’ যোগে এই অপপ্ৰচাৰ চলিব লাগিছে। এনে ধৰণৰ অপপ্ৰচাৰত নিজকে উতুৱাই নিদিব।

৭. ভিডিঅ’ যোগে অপপ্ৰচাৰ

চিকিৎসকৰ বাহিৰে আন কোনো লোকৰ পৰাই এই সম্পৰ্কত পৰামৰ্শ নল’ব। মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ সুযোগ লৈ বহু দুষ্ট চক্ৰই অনলাইনৰ যোগেদি মানুহক পৰামৰ্শ দিয়াৰ নামত ধন লুটাৰ ফন্দি পাতিছে। বিশেষকৈ কিছুমান ইউটিঊবাৰ্ছে এই ধৰণৰ অপপ্ৰচাৰ চলোৱা দেখা গৈছে।

৮. অনলাইন পৰামৰ্শ

ক’ৰ’না ভাইৰাছ সম্পৰ্কত কোনো ধৰণৰ অনলাইন পৰামৰ্শ গ্ৰহণ নকৰিব। অনলাইন পৰামৰ্শদাতাও অনলাইন বহু উপলব্ধ হৈছে। টেকনিকেলি স্মাৰ্ট লোকে অনলাইনযোগে পৰামৰ্শ দানৰ নামত আপোনাক বিপদ পেলাব পাৰে। বিশেষকৈ পৰামৰ্শৰ দিয়াৰ নামত অনলাইনযোগে ধন লুটিব পাৰে।

৯. উৎসহীন তথা তথ্যহীন প্ৰতিবেদন আদি

তথ্যৰ উৎস নিশ্চিত নোহোৱা ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় কোনোধৰণৰ অনলাইন ভিডিঅ’, আৰ্টিকল তথা প্ৰতিবেদন শ্বেয়াৰ নকৰিব। অপপ্ৰচাৰেৰে নিজৰ চাব্ক্ৰাইবাৰ বৃদ্ধিৰ বাবে কিছুমান অনলাইন চাইটে তথ্য তথা ভিত্তিহীন ভিডিঅ’, আৰ্টিকল তথা প্ৰতিবেদন প্ৰচাৰ কৰা দেখা গৈছে।

১০. চাইবাৰ ক্ৰিমিনেল

ক’ৰ’না ভাইৰাছে বিশ্বজৰি আতংকৰ সৃষ্টিৰ কৰাৰ সুযোগ লৈ বহু দুষ্ট চক্ৰ তথা চাইবাৰ ক্ৰিমিনেলে মানুহক বিভ্ৰান্ত কৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ জাল পেলাইছে। WHO অথবা কোনোবা আন্তজাৰ্তিক সংস্থাৰ নামত আপোনাৰ সৈতে ইমেইল যোগে ভুৱা মেইল প্ৰেৰণ কৰি যোগাযোগ কৰিব পাৰে।

গতিকে এনেধৰণৰ বিপদৰ পৰা হাত সাৰিবলৈ নিজে অতি সজাগ হওক আৰু আতংকিত তথা ভীতিগ্ৰস্ত হৈ নিজৰ বিবেকক অস্থিৰ নকৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd