• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দাড়ি কটাক লৈ সমস্যা : স্বামীৰ কাৰ্যত অসন্তুষ্ট হৈ এয়া কি কাম কৰিলে পত্নীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2025 6:32 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মেৰুটৰ এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। দাড়ি কটাক লৈ হোৱাৰ সমস্যাৰ বাবেইও ভাঙি থান বান হ’ল এখন সুখৰ সংসাৰ।

মহম্মদ সাগিৰ নামৰ এজন যুৱকে অভিযোগ কৰিছে যে তেওঁৰ পত্নী আৰ্শীয়ে তেওঁ দাঢ়ি কাটিবলৈ অস্বীকাৰ কৰাৰ বাবেই ঘৰৰ পৰা পলাই গৈছিল। সাগিৰৰ অভিযোগ যে তেওঁৰ পত্নীয়ে ক্লিন শ্বেভ কৰা পুৰুষক বেছি ভাল পায়, যাৰ বাবে তেওঁ সাগিৰৰ সৰু ভায়েক ছাবিৰৰ প্ৰেমত পৰে আৰু তেওঁৰ সৈতে ঘৰ এৰি যায়।

Apply Now

সাগিৰে জনোৱা মতে, বিয়াৰ পিছৰে পৰা আৰ্শীয়ে তেওঁৰ দাঢ়িৰ বাবে অস্বস্তি প্ৰকাশ কৰিছিল আৰু বাৰে বাৰে দাঢ়ি কাটিবলৈ কৈছিল। কিন্তু সাগিৰে দাঢ়ি ৰাখিবলৈ ভাল পাইছিল আৰু কাটিবলৈ ইচ্ছুক নাছিল। প্ৰথমতে এইটো কেৱল ৰুচিৰ পাৰ্থক্য আছিল যদিও ক্ৰমান্বয়ে ই তেওঁলোকৰ দৈনিক কাজিয়াৰ কাৰণ হৈ পৰিছিল।

সাগিৰে দাবী কৰিছে যে এই সময়ছোৱাত আৰ্শী তেওঁৰ ভায়েক ছাবিৰৰ সৈতে ঘনিষ্ঠ হৈ পৰে আৰু সুযোগ বুজি তেওঁ ছাবিৰৰ সৈতে পলাই যায়। পত্নীক বিচাৰি নাপাই আৰু তিনি মাহ ধৰি কোনো খবৰ নোপোৱাত সাগিৰে অৱশেষত আৰক্ষীৰ কাষ চাপি নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। তেওঁ লগতে দাবী কৰে যে তেওঁৰ হাতত আৰ্শী আৰু ছাবিৰৰ কথোপকথনৰ ৰেকৰ্ডিং আছে, য’ত দুয়োজনে সাগিৰক বিহ দি হত্যা কৰি তেওঁলোকৰ সম্পৰ্কক বৈধতা দিবলৈ পৰিকল্পনা কৰিছিল।

অৱশ্যে, বুধবাৰে ঘটনাটোৱে এক নতুন মোৰ লয়, যেতিয়া আৰ্শী প্ৰেমিক ছাবিৰৰ সৈতে তেওঁৰ পিতৃ-মাতৃৰ ঘৰত উপস্থিত হয় আৰু স্পষ্ট কৰি দিয়ে যে তেওঁ আৰু সাগিৰৰ সৈতে থাকিব নিবিচাৰে।

আৰ্শীয়ে সাগিৰৰ দাঢ়ি সম্পৰ্কীয় সকলো অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি কয় যে আচল সমস্যা তেওঁৰ স্বামীৰ যৌন অক্ষমতা, আৰু সেইবাবেই তেওঁ এই বিবাহিত জীৱন আগুৱাই নিব নিবিচাৰে। এই অপমানজনক অভিযোগত ক্ষুব্ধ হৈ সাগিৰে আৰক্ষীৰ উপস্থিতিতে আৰ্শীক বিবাহ বিচ্ছেদ দিয়ে।

আনহাতে, আৰ্শীয়েও দাবী কৰিছে যে বিয়াৰ সময়ত যৌতুক হিচাপে অনা পাঁচ লাখ টকা সাগিৰে ঘূৰাই নিদিয়ালৈকে তেওঁ এই বিবাহ বিচ্ছেদ মানি নলয়। তেওঁৰ মতে, কমেও আঢ়ৈ লাখ  টকা ঘূৰাই দিলেহে তেওঁ স্বামীক এৰি ছাবিৰৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব। অন্যথা, তেওঁ বিবাহ বিচ্ছেদ নামানে আৰু একেখন ঘৰতে ছাবিৰৰ সৈতে থাকিব বিচাৰিব।

সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ছচিয়েল মিডিয়াত এই বিষয়ে তীব্ৰ আলোচনা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

“জেলৰ পৰা ওলাই আহি ছুগাৰ ডেডীকো হত্যা কৰিম!” সাংবাদিকৰ আগত ভাবুকি ঘাতক ৰামানুজ গোস্বামীৰ

September 8, 2026 6:32 pm
নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

নগাঁও লোকসভা উপ-নিৰ্বাচনলৈ সাজু প্ৰশাসন ঃ ১৯.০৭ লাখ ভোটাৰৰ বাবে সাজু ১,৩৩৯টা ভোটকেন্দ্ৰ

September 8, 2026 5:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd