• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জিঘাংসু গো-ৰক্ষকৰ সদস্য! : নিৰ্লিপ্ত আৰক্ষীৰ সন্মুখতে হাতুৰীৰে নিৰ্মমভাৱে আক্ৰমণ এজন যুৱকক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2020 3:03 pm
index.jpg1

প্ৰতিকী চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনবাৰ গো-ৰক্ষকৰ দলে বৰ্বৰতাৰে হাতুৰীৰে আক্ৰমণ কৰি আহত কৰিছে এজন লোকক।

দেশৰ ৰাজধানী দিল্লীৰ গুৰগাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে পুৱা গুৰগাঁৱৰ ঝকঝকৰ চহৰাঞ্চলৰ ৰাজপথতে গো-ৰক্ষকৰ দলে আগুৰি এজন লোকক হাতুৰিৰে সৰ্বশৰীৰতে মৰিয়াই মৰিয়াই আক্ৰমণ কৰে।

গো-ৰক্ষকৰ দলে এখন বাহনত চালকজনে গো-মাংস নিয়াৰ সন্দেহত ৮ কিলোমিটাৰ পথ অনুসৰণ কৰি উক্ত অঞ্চলত বাহনখনৰ পৰা নমাই চালকজনক ৰাজপথতে আক্ৰমণ কৰে।

চালকজনক পথাচাৰীৰ সন্মুখতে পথত পেলাই সৰ্বশৰীৰত হাতুৰীৰে আক্ৰমণ কৰা সমগ্ৰ দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে যে ৰাজপথত গুৰুলা গুৰুলকৈ হাতুৰীৰে প্ৰহাৰ কৰি থকা দেখিও কোনো লোকে আক্ৰান্ত লোকগৰাকীক উদ্ধাৰ বা সহায় কৰা নাই। আনকি আৰক্ষীৰো উপস্থিতি দেখা গৈছে ভাইৰেল হোৱা ভিডিঅ’টোত।

ইফালে খবৰ অনুসৰি খোদ আৰক্ষীৰ লোক উপস্থিত থাকোঁতেও আক্ৰমণকাৰী গো-ৰক্ষকৰ দলে আহত চালকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰিৱৰ্তে এখন গাঁওলৈ নি তাতো তেওঁক প্ৰহাৰ কৰা হয়।

গাঁওখনতো চালকজনক পুনৰ আৰক্ষীৰ সন্মুখতে আক্ৰমণ কৰে গো-ৰক্ষকৰ সদস্যই। আৰক্ষীয়ে আক্ৰান্ত চালকজনক উদ্ধাৰ কোনো পদক্ষেপ নোলোৱা বুলি পুনৰ অভিযোগ উঠিছে।

আৰক্ষীৰ সন্মুখতে আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ পিছতো বৰ্তমানলৈকে আৰক্ষীয়ে আক্ৰমণকাৰী গো-ৰক্ষকৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে মাংস কঢ়িওৱা বাহনখন আৰক্ষীয়ে বাজেয়াপ্ত কৰি মাংসসমূহ চিনাক্তকৰণৰ কাৰণে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।

আৰক্ষীৰ মতে উক্ত মাংসখিনি গো-মাংস বুলি প্ৰমাণিত হ’লে ইয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব আৰক্ষীয়ে।

আনহাতে বাহনখনৰ চালকে দাবী কৰিছে যে তেওঁৰ বাহনখত গো-মাংস পৰিবহণ কৰা নাছিল, সেই মাংসখিনি ম’হ মাংসহে আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm
এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd