• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙালী বিহু উপলক্ষে ডিগবৈত সৌন্দৰ্য্য প্ৰতিযোগিতা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 17, 2019 7:52 pm
546
VIEWS
Share on FacebookShare on Twitter

ডিগবৈ নগৰৰ মাজমজিয়াত থকা পে’ট্ৰল ডিপো মাকুম মটৰ্চ, ডিগবৈৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে তৈল নগৰী ডিগবৈত পোনপ্ৰথমবাৰৰ বাবে আজি অসমীয়া সাজপাৰৰ এক সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ডিপোটোৰ প্ৰাঙ্গণত দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ ৪ পৰা ১০ বছৰৰ ‘ক’ শাখা আৰু ১১ পৰা ২০ বছৰৰ ‘খ’ শাখাত মুঠ ২৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

সন্ধিয়ালৈ ডিপোটোৰ প্ৰাঙ্গনত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসমৰ ব্যংগ সাহিত্যিক পুণ্য শইকীয়াৰ লগতে বিশিষ্ট অতিথি ৰূপে জ্যেষ্ঠ অধিবক্তা কমলেশ চক্ৰৱৰ্তী, ডিগবৈ আৰক্ষী থানাৰ পৰিদৰ্শক মহেশ চন্দ্ৰ বৰা, এ অ’ চি লেবাৰ য়ুনিয়নৰ সভাপতি তৰুণ হাজৰিকাকে ধৰি বহু কেইগৰাকী লোক উপস্থিত থাকে।

ক শাখাত বিকশিতা বৰাই প্ৰথম, ময়ুৰাক্ষী বৰাই দ্বিতীয় আৰু আকাংশা দত্তই তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে খ শাখাত সুনেইনা কৰভুল্লৰে প্ৰথম, অঞ্জলী ফুকনে দ্বিতীয় আৰু তাৰাণা তন্দ্ৰালীনা গগৈয়ে তৃতীয় স্থান অধিকাৰ কৰে।

দীনেশ ভাণ্ডাৰীয়ে আঁতধৰা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰকৰ দ্বায়িত্বত আছিল ফেছন ডিজাইনাৰ দেৱজিত নাথ আৰু পিংকি বুঢ়াগোহাঁই।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd