• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘টেট পৰীক্ষাৰ বাবে বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী!’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2019 4:24 pm

1 min read

Assam TET statement

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

4.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব বিচৰা ‘টেট’ পৰীক্ষা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয় যে ‘টেট’ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে বি এড বা ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নহয়।

ভট্টাচাৰ্য্যই অনুষ্ঠিত হ’বলগীয়া টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰীক্ষাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা কিমান হ’ব সেই সম্পৰ্কে অতি শীঘ্ৰে ৰাজ্যৰ শিক্ষা বিভাগে বিভাগীয় জাননী জাৰি কৰিব বুলি উল্লেখ কৰে।

আনহাতে, শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়ত শিক্ষক হিচাপে নিযুক্তি পাবৰ বাবেহে বি এড বা ডি এল এড ডিগ্ৰীৰ প্ৰয়োজন ‘টেট’ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তদুপৰি, শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বা অন্য পৰীক্ষাত নূন্যতম ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব বুলিও ভট্টাচাৰ্য্যই মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, শিক্ষা বিভাগৰ পৰা লাভ কৰা সূত্ৰ অনুসৰি চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ফালে ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ৰাজ্য চৰকাৰে পূৰ্বে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা বহু সংখ্য পৰীক্ষাৰ্থীয়ে এতিয়াও নিযুক্তি লাভ কৰিবলৈ বাকী আছে এনে ক্ষেত্ৰত নতুনকৈ টেট পাতি কিমান সংখ্যক নিবনুৱাক সংস্থাপন দিবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ব সেয়া সময়েহে ক’ব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd