DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহুক বিকৃত ৰূপত উপস্থাপন কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল বীৰ লাচিত সেনাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 31, 2019 9:17 am
69445248_10217004347234084_3236795772125052928_n

নতুন দিল্লীত বিকৃত কৰি উপস্থাপন কৰা বিহু নৃত্যটো।

6.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাপোতি সাহোন বিহুক বিকৃত ৰূপত উপস্থাপন কৰা সন্দৰ্ভত বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰিছে।

বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ উদ্যোগত নতুন  দিল্লীত আয়োজিত ফিট ইণ্ডিয়া কাৰ্যসূচীত অসমীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে।

FB_IMG_1567176651409
বীৰ লাচিত সেনাই দাখিল কৰা এজাহাৰৰ কপিটো।

অসমৰ ৰঙালী বিহুৰ লগত সম্পৰ্ক নথকা বিহু নৃত্য আৰু বিহুৱতীৰ পোছাকক বিকৃত ৰূপত পৰিবেশন কৰি  অসমীয়া সংস্কৃতিক অপমান কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এই দৰে বিহুক বিকৃত ৰূপত পৰিবেশন কৰে ZENITH DANCE INSTITUTE PRIVATE LIMITED নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।

এই ঠিকাদাৰী প্ৰতিষ্ঠানটো নৃত্য পৰিচালনাৰ দায়িত্বত আছিল। ইতিমধ্যে বিহু বিকৃত ৰূপত প্ৰকাশ কৰা বিষয়টোৱে ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

বীৰ লীচিত সেনা চৰাইদেউ জিলা সমিতিয়ে ৰঙালী বিহুক বিকৃত ৰূপত উপস্থাপন কৰা, অসমীয়া সংস্কৃতিক অপমান কৰা উদ্যোক্তা আৰু নৃত্য পৰিচালনাৰ লগত জড়িত বাহিৰাগত কোম্পানীটোৰ বিৰুদ্ধে সোনাৰী থানাত এজাহাৰ দাখিল কৰে।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd