• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

DA-ৰ পাছত এইবাৰ TA: চৰকাৰী কৰ্মচাৰীৰ বাবে ডাবল ধামাকা! চাওক সৱিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2021 9:06 am
govt-employees-1587372792-713x375

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কোটি কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনভোগীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ ভ্ৰমণ বানচ (TA) ক্লেইম কৰাৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

কেন্দ্ৰীয় চৰকাৰে এইবাৰ ভ্ৰমণ বানচৰ বাবে দাবী কৰাৰ সময়সীমা ৬০ দিনৰ পৰা ১৮০ দিনলৈ বৃদ্ধি কৰিছে।

Apply Now

চলিত বৰ্ষৰ ১৫ জুনৰ পৰাই এই নিয়ম কাৰ্যকৰী হৈছে। যোৱা ২০১৮ চনৰ মাৰ্চ মাহত কেন্দ্ৰ চৰকাৰে ছুটী লোৱাৰ সন্দৰ্ভত ভ্ৰমণ বানচ দাবীৰ সময়সীমা এবছৰৰ পৰা হ্ৰাস কৰি ৬০ দিন কৰিছিল।

ইয়াৰ পাছতে সময়সীমা বৃদ্ধিৰ বাবে বহু চৰকাৰী কাৰ্যালয়ে চৰকাৰক অনুৰোধ কৰিছিল। অৱশেষত সেয়া চৰকাৰে সিদ্ধান্ত ল’লে।

বিত্ত মন্ত্ৰ্যালয়ে জানিবলৈ দিছে যে এজন অৱসৰপ্ৰাপ্ত  কেন্দ্ৰীয় কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পাছত পৰিয়ালৰ সৈতে এঠাইৰ পৰা আন ঠাইলৈ গৈ পুনৰ প্ৰতিষ্ঠিত হোৱা কঠিন কাম আৰু ইয়াৰ বাবে ক্লেইম জমা দিয়াৰ সময়সীমা অতি কম আছিল। সেয়া এতিয়া ৬০ দিনৰ ঠাইত ১৮০ দিন কৰা হৈছে।

ইয়াৰ ফলত অৱসৰ গ্ৰহণ কৰিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ ভ্ৰমণৰ ৬মাহৰ ভিতৰত ভ্ৰমণ বানচৰ বাবে দাবী জনাব পাৰিব। অৱশ্যে, ফুৰিবলৈ যোৱা, বদলি বা প্ৰশিক্ষণৰ বাবে এই দাবীৰ সময়সীমা ৬০ দিনেই থাকিব।

আনহাতে, মৰগীয়া বানচৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব। অহা ২৬জুনত মৰগীয়া বানচক লৈ নেশ্যনেল কাউন্সিল এফ জে চি এমৰ আৰু ফাইনেন্স মন্ত্ৰ্যালয় তথা পাৰ্ছনেল এণ্ড ট্ৰেইনিং ডিপাৰ্চমেন্টৰ বিষয়াসকলৰ মাজত আলোচনা অনুষ্ঠিত হ’ব।

উক্ত বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ পেন্সনভোগীসকলৰ সপ্তম দৰমহা আয়োগৰ অনুসৰি বকেয়া মৰগীয়া বানচ আৰু ডিআৰ সম্পৰ্কত আলোচনা হ’ব বুলি জানিব পৰা গৈছে।

বিত্তমন্ত্ৰ্যালয়ৰ সূত্ৰসমূহে প্ৰকাশ কৰা মতে অহা ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বা DAবৃদ্ধি কৰিব যদিও চৰকাৰী কৰ্মচাৰীসকলে কোনো এৰিয়া নাপাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd