• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ কমিউনিষ্ট পাৰ্টিৰ বিজেপিৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ দিনাই ভাৰতৰ শাক্সগাম উপত্যকা নিজৰ বুলি দাবী বেইজিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 9:07 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আপত্তি সত্ত্বেও চীনে দেওবাৰে (১২ জানুৱাৰী) শাক্সগাম উপত্যকাৰ ওপৰত নিজৰ দাবী পুনৰবাৰ দাঙি ধৰিছে। লক্ষনীয় যে চীনে শ্বাক্সগামত নিৰ্মাণৰ কাম চলাই আছে। এই ক্ষেত্ৰত ভাৰতে আপত্তি কৰিছিল। এই সন্দৰ্ভত চীনে পুনৰ দেওবাৰে কয় যে অঞ্চলটোত তেওঁলোকৰ আন্তঃগাঁথনি প্ৰকল্পসমূহ ‘একেবাৰে যুক্তিসংগত’।

ইপিনে, চীনৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধিয়ে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বৈঠকত উপস্থিত হোৱাৰ দিনটোতে চীনে এই মন্তব্য প্ৰকাশ কৰে। চীনৰ কমিউনিষ্ট পাৰ্টিৰ দলটোত ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত আৰু চীন চৰকাৰৰ এজন ৰাজ্যিক মন্ত্ৰীও আছিল।

Apply Now

ইয়াৰ পূৰ্বে ৯ জানুৱাৰীত ভাৰতে শাক্সগাম উপত্যকাত চীনৰ আন্তঃগাঁথনি প্ৰকল্পক সমালোচনা কৰি কয় যে উপত্যকাটো ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত আৰু ভাৰতে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ আছে। অৱশ্যে ভাৰতৰ সেই আপত্তিত চীনৰ গা নলৰিল। উল্লেখ্য যে ১৯৬৩ চনত পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ পৰা ৫১৮০ বৰ্গ কিলোমিটাৰ ভূমি ভাৰতৰ ভূখণ্ডৰ পৰা চীনলৈ অবৈধভাৱে হস্তান্তৰ কৰিছিল।

যোৱা ৯ জানুৱাৰীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সাপ্তাহিক সংবাদমেলত মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছিল- ‘শাক্সগাম উপত্যকা ভাৰতীয় ভূখণ্ড। ১৯৬৩ চনত স্বাক্ষৰিত তথাকথিত চীন-পাকিস্তান ‘সীমা চুক্তি’ক আমি কেতিয়াও স্বীকৃতি দিয়া নাই। আমি ধাৰাবাহিকভাৱে এই চুক্তিখন অবৈধ বুলি কৈ আহিছো। তথাকথিত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) ভাৰতীয় ভূখণ্ডৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে আমি স্বীকৃতি নিদিওঁ। পাকিস্তানে অবৈধ আৰু বলপূৰ্বকভাৱে সেই অঞ্চল দখল কৰিছে। সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। পাকিস্তান আৰু চীন কৰ্তৃপক্ষক বহুবাৰ বিষয়টো স্পষ্ট কৰি দিয়া হৈছে।’

প্ৰসংগক্ৰমে ছি জিনপিঙৰ সপোনৰ ‘বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ’ প্ৰকল্পটো কেইবাবছৰ পূৰ্বে আৰম্ভ হৈছিল। ইয়াৰ তলত আছে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ। এই অৰ্থনৈতিক কৰিড’ৰটো চীনৰ পৰা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ গাদাৱাৰ বন্দৰলৈ গিলগিট-বাল্টিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ হৈ গৈছে।

আনহাতে, কৰিডৰৰ এটা ফাল মধ্য এছিয়ালৈ গৈছে। অৱশ্যে ভাৰতৰ সাৰ্বভৌমত্বক সন্মান নকৰাকৈ চীনে এই প্ৰকল্পত কাম কৰিছে। এই পৰিবেশত ভাৰতে এই প্ৰকল্পৰ আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছে। ২০১৭ চনত যেতিয়া প্ৰথম বেল্ট এণ্ড ৰোড ফ’ৰাম অনুষ্ঠিত হৈছিল তেতিয়া ভাৰতে এই প্ৰকল্পৰ বিৰোধিতা কৰি এক বিবৃতি প্ৰকাশ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd