• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Beltola Double Murder : CC TV ত ধৰা পৰা দুই সন্দেহযুক্ত লোকৰ বিষয়ে তদন্ত হ’ব কেতিয়া?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 10, 2021 6:59 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Beltola Double Murder : CCTV ফুটেজৰ দুই সন্দেহযুক্ত লোক অবিহনে কেনেকৈ সম্পূৰ্ণ হ’ব বেলতলা কাণ্ডৰ তদন্ত?

২৮ অক্টোবৰ, ২০২১,নৰ্থ ইষ্ট নাওত প্ৰকাশিত এটা বাতৰিত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন কৰা হৈছিল ।

কিন্তু আমি সোধা প্ৰশ্নৰ উত্তৰ হিচাপে সঠিক তদন্ত আগনাবাঢ়িল মহানগৰ আৰক্ষীৰ।

সেয়েহে আমি পুনৰ সুধিছো, হাতত লাঠি লৈ বৰুৱা দম্পতীৰ বাসগৃহত যোৱা ২৬ অক্টোবৰৰ নিশা কোনে প্ৰৱেশ কৰিছিল? সময় তেতিয়া মাজনিশা প্ৰায় ২ বাজিছে, হাতত অস্ত্ৰ লৈ বৰুৱা দম্পতীৰ চৌহদত দুজন লোক……. এজনৰ মুখত মাস্ক আনজনৰ মুখ ক’লা কাপোৰেৰে মেৰিওৱা।

প্ৰশ্ন হৈছে ‘কোন হয় এই দুজন অচিনাক্ত লোক? আৰক্ষীৰ হাতত লোকদুজনৰ কিবা তথ্য আছে নে?

Apply Now

লোক দুজনক গ্ৰেপ্তাৰ কৰাটো বাদেই দিছো, বৰ্তমানলৈকে কোনো শুংসূত্ৰই উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ মতে হত্যাকাৰী কেৱল আকাশেই হৈ থাকিল।

এই অচিনাক্ত দুৰ্বৃত্তক যদি কৰায়ত্ত কৰিব নোৱাৰে তেন্তে বা সন্দেহজনক অৱস্থাত বৰুৱাৰ বাসগৃহৰ চৌহদত দেখা পোৱা এই লোক দুজনক চিনাক্ত কৰি ধৰিব নোৱাৰিলে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব নে?

ইপিনে, সোমবাৰে আকাশ চৌধুৰীক আদালতত আজিৰ কৰোৱা হৈছিল।

আদালত চৌহদত সংবাদ মাধ্যমৰ আগত অভিযুক্ত আকাশে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিলে।

নিজ সন্তানৰ শপত খাই আকাশে ক’লে-

মই হত্যা কৰা নাই।পুলিচৰ মাৰৰ কোবতহে মই হত্যা কৰা বুলি কৈছো।

ইপিনে, আৰক্ষীৰ তদন্তত মুঠেও সন্তুষ্ট নহয় বৰুৱা দম্পতীৰ দুই জীয়ৰী।

বিশেষকৈ আৰক্ষীয়ে কৈ অহা হত্যাৰ কাৰণ সন্দৰ্ভত সন্দিহান বৰুৱা দম্পতীৰ দুই কন্যা। আৰক্ষীয়ে ৰাজহুৱা কৰিব নোৱাৰা কাৰণত বৰুৱা দম্পতীক হত্যা কৰা বুলি কৈছিল।

কিন্তু কি সেই কাৰণ—যটিো ৰাজহুৱা কৰিব নোৱাৰি!

সূত্ৰ অনুসৰি ন্যায় বিচাৰি বৰুৱা দম্পতীৰ দুই কন্যাই তেওঁলোক আদালতৰ কাষো চাপিছিল।

সকলোৰে আশা, এক উচিত তদন্ত হওঁক বা ন্যায় লাভ কৰক বৰুৱা দম্পতীৰ দুই জীয়ৰীৰ লগতে পৰিয়ালৰ লোকে….

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd