• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

গৰমৰ দিনত সান্ধ্য স্নান কৰেনে? এই অভ্যাসৰ আছে নানা সুফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 8:42 pm
benefits of bathing at evening
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মক্ষেত্ৰৰ ব্যস্ততা আৰু হেঁচাই প্ৰতিগৰাকী লোককে সাধাৰণতে ভাগৰে আগুৰি ধৰে। তাতে গ্ৰীষ্মকালত এই ভাগৰে অধিক জুৰুলা কৰে। সেয়ে এই অৱসাদ দূৰীৰ বাবে ঘৰলৈ উভতি সন্ধিয়া স্নান কৰিলে নিজকে যথেষ্ট সতেজ যেন অনুভৱ হয়।

গ্ৰীষ্মকালত সান্ধ্য স্নানৰ পিছে অপৰিসীম উপকাৰিতা আছে। দিনটোৰ ঘণ্টাৰ পিছত ঘণ্টা কৰ্মব্যস্ততা আৰু গৰমৰ জ্বালাৰ পৰা ৰক্ষাৰ বাবে সন্ধিয়াৰ স্নান একপ্ৰকাৰে থেৰাপীতকৈ কোনোগুণে কম নহয়।

Apply Now

গ্ৰীষ্মকালত সন্ধিয়া স্নানৰ ফলত হোৱা ৫ টা উপকাৰৰ বিষয়ে জানো আহক-

১/ গৰমৰ পৰা সকাহ দিয়ে

অসহ্য আৰু অস্বস্তিকৰ গৰমৰ পৰা তৎক্ষণাত সকাহ পাবলৈ ইয়াৰ সহজ প্ৰতিকাৰ হ’ল সন্ধিয়া স্নান কৰা। সান্ধ্য স্নানৰ ফলত শৰীৰ পৰিষ্কাৰৰ উপৰিও আমাৰ ইন্দ্ৰিয়বোৰো অত্যন্ত শান্ত হৈ পৰে আৰু আমাক পৰম সকাহ পাব।

২/ মন সতেজ কৰে

কামৰ পিছত সন্ধিয়া শীতল পানীৰ স্নানে আমাৰ মেজাজ সতেজ কৰি তুলিব আৰু ঘৰত শান্তিৰে জিৰণি লোৱাত সহায় কৰিব। স্বাভাৱিকতেই নিজকে আৰু আমাৰ চৌপাশ পৰিষ্কাৰ কৰিলে আমাৰ মেজাজটো স্বয়ংক্ৰিয়ভাৱে সুখী হৈ পৰে।

৩) শৰীৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে

গৰমৰ দিনত পৰিষ্কাৰ হৈ থকাটো অতি প্ৰয়োজনীয় যাতে আমি পিছত ৰোগত আক্ৰান্ত নহওঁ। সন্ধিয়া স্নান কৰিলে দিনটোৰ উত্তাপৰ ফলত শৰীৰত জমা হোৱা ময়লা পৰিষ্কাৰ হোৱাই নহয়, আপোনাক নিৰোগী কৰাতো সহায় কৰিব পাৰে।

৪/ ভাল টোপনিৰ ক্ষেত্ৰত সহায় কৰে

যেতিয়া আমাৰ শৰীৰ অপৰিষ্কাৰ হয় তেতিয়া আমি মানসিক শান্তি নাপাওঁ আৰু তাৰ ফলত আমি মানসিক চাপৰ চিকাৰ হওঁ। গতিকে, সন্ধিয়াৰ স্নানে কেৱল পৰিপাটি হোৱাত সহায় কৰাই নহয়, ইন্দ্ৰিয়বোৰো সতেজ কৰি শৰীৰক শিথিলতা প্ৰদান কৰিব পাৰে আৰু তাৰ দ্বাৰা ৰাতি ভালদৰে টোপনি অহাত সহায় কৰিব পাৰে।

৫/ শাৰীৰিক শিথিলতা আনে

স্নানে আমাৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে, শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু আমাৰ শৰীৰক পৰিষ্কাৰ কৰি ৰাখে। সেয়ে শাৰীৰিক শিথিলতা লাভৰ বাবে ইয়াতকৈ সহজ প্ৰতিকাৰ আন একো হ’ব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd