DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home জীৱনশৈলী

স্বাস্থ্য অমূল্য ধনঃ বন্ধাকবিত আছে স্বাস্থ্য ৰক্ষাৰ অনেক গুণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 7, 2023 7:50 pm
Cabbage
583
VIEWS
Share on FacebookShare on Twitter

বন্ধাকবি আমাৰ সকলোৰে অতি চিনাকী পাচলি। ৰাসায়নিক সাৰ আৰু কীটনাশক আদিৰ প্ৰয়োগৰ পৰিণতিত বন্ধাকবিক লৈ খাদ্যৰসিক সকল সংশয়ত ভূগিছে যদিও চিনাকী পাচলিবিধৰ আছে বহু উপকাৰিতা।

বন্ধাকবি Brassica genus প্ৰজাতিৰ পাচলি। ব্ৰকলি, ফুলকবি, পালেং আদিও এই শ্ৰেণীৰ পাচলি।

সেউজীয়া বন্ধাকবিয়েই অধিক সুলভ যদিও ৰঙা, বেঙেনাৰঙী, নীলা সেউজীয়া আদি ৰঙৰ বন্ধাকবিও থাকে।

তলত ইয়াৰ কিছু উপকাৰিতা আগবঢ়োৱা হৈছে–

 

* মেদবহুলতা ৰোধী

মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ ২২ কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰি বৃদ্ধিৰ সম্ভাৱনা কম।

বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেটেড কৰি ৰাখে।

* দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে

বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে।

তাৰোপৰি ভিটামিন চিয়ে নন-হেম আইৰন দেহে শোষণ কৰাত সহায় কৰে। মাছ-মাংস বাদ দি শাক-পাচলি, ডাইল আদিত থকা আইৰণক হেম-আইৰন বোলা হয়।

ভিটামিন চি এটা শক্তিশালী এণ্টি-অক্সিডেণ্ট। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ আছে।

 * হজমত সহায়ক

বন্ধাকবিত হজম নোহোৱা আঁহজাতীয় উপাদান থাকে। আঁহজাতীয় উপাদানে শৌচ গঠনত সহায় কৰে। ই কোষ্ঠকাঠিন্য কমায় আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে।

বন্ধাকবিত থকা পানীৰ পৰিমাণেও স্বাস্থ্য আৰু পেটৰ স্বাস্থ্য ভালে ৰখাত সহায়ক হয়।

বন্ধাকবিৰ হজম নোহোৱা ফাইবাৰে পেটত লেক্ট’বেছিলাছ আৰু বায়ফিড’বেক্টেৰিয়াম আদি ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে।

* তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে

বন্ধাকবিৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টিহায়পাৰগ্লাইচেমিক উপাদান ডায়বিটিজ ৰোগীৰ বাবে উপকাৰী। ই তেজত শৰ্কৰাৰ পৰিমাণ কমায় আৰু ইনছুলিন উৎপন্ন হোৱাত সহায় কৰে।

তাৰোপৰি বন্ধাকবিৰ ফাইবাৰে চেনিৰ শোষণ মন্থৰ কৰে আৰু ডায়েবিটিজ ৰোধত সহায় কৰে।

* হৃদস্বাস্থ্য ভাল ৰাখে

বন্ধাকবিয়ে হৃদস্বাস্থ্য ভালে ৰাখে। বন্ধাকবিৰ ৰঙীন ৰং ফ্লেভনইডছৰ কাৰণে হয়। এই ৰঙীন উপাদানে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

বন্ধাকবিয়ে দেহত ইনফ্লেমেচন ৰোধ কৰি হৃদ-ধমনীজাত ৰোগ আঁতৰাই ৰখাত সহায় কৰে।

বন্ধাকবিৰ পলিফেনলে তেজৰ প্লেটিলেট বৃদ্ধি ৰোধ কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd