• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পিঁয়াজত আছে দেহ উপকাৰী অনেক গুণঃ জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 8:35 pm
Benefits Of Onion
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ পাকঘৰত সততে থকা খাদ্য বস্তুৰ ভিতৰত স্বাভাৱিকতেই পিঁয়াজ অন্যতম, নহয়নে? তাৰ পিছতো হয়তো আপুনি পিঁয়াজ কেৱল আঞ্জাৰ স্বাদ বৃদ্ধিৰ কাৰণেহে ব্যৱহাৰ কৰিছে, কেঁচা পিঁয়াজ খোৱাৰ কথা আপোনাৰ হয়তো মনলৈ নাহেই!

পিছে খাই বেয়া পালেও পাৰিলে আপুনি কেঁচা পিঁয়াজ খোৱা উচিত। কিয়নো আপোনাৰ দেহটোৰ বাবে কেঁচা পিঁয়াজ খোৱাৰ অসংখ্য উপকাৰ আছে। কেঁচা পিঁয়াজ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ সামগ্ৰিক স্বাস্থ্য উন্নত হ’ব পাৰে।

Apply Now

চাও আহক কেঁচা পিঁয়াজৰ এনে কিছু স্বাস্থ্য উপকাৰী গুণঃ

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

কেঁচা পিঁয়াজ ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ভিটামিন চিয়ে বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰা শৰীৰক ৰক্ষা কৰা শ্বেত ৰক্তকণিকা সৃষ্টি কৰাত সহায় কৰে।

২/ হৃদযন্ত্ৰৰ সুৰক্ষা

পিঁয়াজত কুয়াৰচেটিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে, যি শৰীৰত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। কেঁচা পিঁয়াজে ৰক্ত সঞ্চালন বৃদ্ধি, উচ্চ ৰক্তচাপ হ্ৰাস, হৃদৰোগৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে।

৩/ হজম শক্তিত সহায় কৰে

কেঁচা পিঁয়াজত থাকে পুষ্টিৰ অন্যতম প্ৰয়োজনীয় উপাদান ফাইবাৰ অৰ্থাৎ আঁহ। ফাইবাৰ সঠিক হজম আৰু শৰীৰৰ পৰা ক্ষতিকাৰক দ্ৰব্য নিষ্কাষণৰ বাবে অতি প্ৰয়োজনীয়। লগতে ই কোষ্ঠকাঠিন্য, অৰ্শ আদি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

৪/ প্ৰদাহ কমায়

কুৱেৰচেটিন সমৃদ্ধ কেঁচা পিঁয়াজৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে। অৰ্থাৎ ই শৰীৰত প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ই বাতবিষ, হাঁপানী, ব্ৰংকাইটিছৰ দৰে ৰোগৰ পৰা দেহক সুৰক্ষিত কৰে।

৫/ হাড় মজবুত কৰে

পিঁয়াজ হৈছে চালফাৰৰ এক উৎকৃষ্ট উৎস। চালফাৰে মানৱ দেহৰ হাড় মজবুত কৰি ৰাখে। লগতে ই কেলচিয়াম শোষণত সহায় কৰে আৰু অষ্টিঅ’পৰ’ছিছৰ আশংকা প্ৰতিৰোধ কৰে।

৬/ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে

কেঁচা পিঁয়াজত উপলব্ধ চালফাৰে মগজুত নিউৰ’ট্ৰান্সমিটাৰৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত স্মৃতিশক্তি, মনোযোগৰ ক্ষমতা আৰু একাগ্ৰতাৰ মাত্ৰা উন্নত হয়।

৭/ কেন্সাৰ প্ৰতিৰোধ কৰে

কেঁচা পিঁয়াজত থকা চালফাৰ আৰু এন্টিঅক্সিডেন্টে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। কুৱেৰচেটিন, ফ্লেভন’ইড, এলিচিন আদি চালফাৰ যৌগসমূহৰ কাৰ্চিনোজেনিক প্ৰতিৰোধী গুণ আছে যিয়ে শৰীৰত কেন্সাৰ কোষৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।

৮/ ছালৰ নিমজ কৰি ৰাখে

কেঁচা পিঁয়াজত উচ্চ মাত্ৰাত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে, যি দেহৰ ছাল নিমজ কৰি ৰাখে। কেঁচা পিঁয়াজে বলিৰেখা, বয়সৰ দাগ আঁতৰাই ৰাখি ছালখন সুস্থ আৰু উজ্জ্বল কৰি তোলে।

অৱশ্যে মনত ৰাখিব যে অতিমাত্ৰা কেঁচা পিঁয়াজ খালে পাচনতন্ত্ৰৰ সমস্যা আৰু মুখৰ দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে। গতিকে নিৰ্দিষ্ট পৰিমাণৰ কেঁচা পিঁয়াজ খালেহে আপুনি লাভ কৰিব সুফল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd