DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home জীৱনশৈলী

উপকাৰী গুণেৰে ভৰপূৰ ভেন্দি: গুণাগুণ জানিবলৈ পঢ়ক এই লেখা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 9:16 pm
5.9k
VIEWS
Share on FacebookShare on Twitter

বজাৰত এতিয়া পাচলিৰ মূল্যই আপোনাক নিশ্চয় চিন্তাত পেলাইছে। তাৰ পিছতো কিন্তু আপুনি ক্ৰয় কৰি আনিছে আপোনাৰ কিছু পাচলি। তাৰ মাজতে হয়তো থাকিব পাৰে আমাৰ অতি পৰিচিত পাচলি ভেন্দি।

ভেন্দি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত! ভেন্দিৰ উপকাৰিতাৰ সম্পৰ্কে আজি আমাৰ এক বিশেষ প্ৰতিবেদন।

অসমৰ আৰ্দ্ৰভূমিত প্ৰচুৰ পৰিমাণে ভেন্দি উৎপাদন হয়। জহকালত অসমীয়া মানুহৰ বাৰীত ভেন্দি প্ৰায়ে পোৱা যায়।

সুস্বাদু ভেন্দি খাবলৈ সকলোৱে পছন্দ কৰে। ভেন্দি মানুহৰ শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে অতি উপাদেয় পাচলি।

বহুতে ভেন্দি খাবলৈ ভাল পায় যদিও ইয়াৰ উপকাৰিতা সম্পৰ্কে বিশেষভাৱে অৱগত নহয়। সেয়ে ভেন্দিৰ উপকাৰিতা বিষয়ে আজি কিছু কথা পাঠকক অৱগত কৰিব খোজা হৈছে।

ভেন্দিৰ কিছুমান উপকাৰিতাঃ-

১) ভেন্দিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। যিবোৰ আমাৰ শৰীৰ বাবে অতীৱ প্ৰয়োজন।

২) হৃদৰোগীৰ বাবেও ভেন্দি অতি উপকাৰী। কাৰণ ভেন্দিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুত গতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়ে ভেন্দি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে।

৩) দৈনিক ভেন্দি খালে শৰীৰৰ চুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়ে চুগাৰ থকা মানুহে ভেন্দি খালে সুফল লাভ কৰিব পাৰে।

৪) ভেন্দিয়ে মানুহৰ হজমী প্ৰক্ৰিয়া সন্তুোলিত কৰি ৰাখে। কৌষ্ঠকাঠিন্যত ভোগা মানুহে ভেন্দি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

Recent News

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

Seven labourers killed

মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd