• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজৰ দলৰ পৰাজিত প্ৰাৰ্থীক ‘নগৰ নৰ্তকী’ আখ্যা : তথাগত ৰয়ক দিল্লীলৈ তলৱ কেন্দ্ৰীয় নেতৃত্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 2:02 pm
Tathagata-Roy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰাজিত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰোষত পৰিছে বংগৰ বিতৰ্কিত বিজেপি নেতা তথাগত ৰয়।

ভোট গণনা চলি থকাৰ সময়ৰ পৰা বিজেপি নেতাগৰাকীয়ে একেধাৰে পৰাজিত প্ৰাৰ্থীসকলৰ লগতে বংগৰ ৰাজ্যিক নেতৃত্বক তুলাধুনা দি আহিছে।

আনকি ভোট গণনাৰ সনয়ত যেতিয়া দলীয় প্ৰাৰ্থীসকল পিছ পৰি আছিল তেতিয়াই টুইটাৰত টুইটত কৰি তথাগত ৰয়ে নিজ দলৰ প্ৰাৰ্থীসকলক অপমানজনক মন্তব্যৰে আক্ৰমণ কৰিছিল।

উল্লেখ্য যে বিজেপিৰ দলীয় টিকতত প্ৰতিন্দন্দ্বিতা কৰা পশ্চিমবংগৰ অভিনেতা/অভিনেত্ৰীসকল ক্ৰমে শ্ৰাৱন্তী চট্টোপাধ্যায়, তানুশ্ৰী চক্ৰৱৰ্তী, পায়েল সৰকাৰ, পাৰ্ণো মিত্ৰ, যশ দাশগুপ্ত, ৰুদ্ৰানীল ঘোষৰ অধিকাংশই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে।

তেওঁলোকৰ ব্যৰ্থতাৰ বাবে নেতৃত্বক কাঠগড়াত তুলি তথাগত ৰয়ে অভিনেতা/অভিনেত্ৰী প্ৰাৰ্থীসকলক ‘নগৰৰ নৰ্তকী’ বুলি অৱমাননাকৰ মন্তব্যও কৰিছিল।

ইয়াৰ পিছতে বংগ বিজেপিত তুমুল বিৰ্তকৰ সূত্ৰপাত হয়। ইমানৰ পিছতো ক্ষান্ত নাথাকি বৰ্ষীয়ান বিজেপি নেতাগৰাকীয়ে বংগৰ ৰাজ্যিক বিজেপিক লক্ষ্য কৰি ‘অষ্টম শ্ৰেণীৰ পৰ্যন্ত পঢ়াশুনা কৰা আৰু ফিটাৰ মিস্ত্ৰী প্ৰমাণপত্ৰ থকা নেতৃত্বৰ পৰা ইয়াতকৈ আৰু অধিক কি আশা কৰিব পাৰি’ বুলিও মন্তব্য কৰিছে।

ইয়াৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তথাগত ৰয়ক দিল্লীলৈ জবাবদিহিৰ বাবে তলৱ কৰিছে।

অৱশ্যে বৰ্ষীয়ান নেতাগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ থকাৰ বাবে এই মুহূৰ্তত তেওঁ দিল্লীলৈ যাব নোৱাৰেও বুলি কেন্দ্ৰীয় নেতৃত্বক স্পষ্টভাৱে জনাই দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd