• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুলীয়াজানত নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা বাবেই কাণত ধৰাই মাৰপিট বাঙালী যুৱকক

নাগৰিকত্ব বিধেয়কক কেন্দ্ৰ কৰি ভয়ংকৰ ৰূপ লোৱাৰ দিশে অসমীয়া আৰু বাঙালী উগ্ৰ জাতীয়তাবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2019 9:05 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুলীয়াজানত আজি বিহুৰ উৰুকাৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থন কৰা এজন বাঙালী যুৱকক আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে মাৰপিট কৰাটোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। প্ৰায় সংখ্যক অসমীয়াই বিধেয়কখনৰ বিৰোধিতা কৰিছে যদিও বিধেয়কখনৰ সমৰ্থন কৰিবলৈ থকা গণতান্ত্ৰিক অধিকাৰক এই ঘটনাটোৱে খৰ্ব কৰা দেখা গৈছে, যিটো বিধেয়কখন বিৰোধিতা কৰা বাবেই অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিজেপি নেতাই ভাবুকি দিয়াৰ সমপৰ্য্যায়ৰ বুলি গণ্য কৰিব পাৰি।

মানসপ্ৰতিম গগৈ নামৰ এটা ফেইচবুক একাউণ্টত আপল’ড কৰা এটা ভিডিঅ’ত যুৱকজনক কাণত ধৰাই থোৱাৰ লগতে মাৰপিট কৰা দৃশ্য দেখা গৈছে। ঘটনাটোৰ সময়ত উপস্থিত যুৱককেইজনে বাঙালী সম্প্ৰদায়ৰ যুৱকজনক সৈ কাঢ়িবলৈ হুমকি দিয়াও দেখা গৈছে।

Apply Now

যুৱককেইজনৰ হুমকিত বাঙালী যুৱকজনে কয়, “মই বিধেয়কখন আইনত পৰিণত হ’লে আপোনালোকে ভয় খাব বুলি কৈছিলো।”

“মোৰ ভুল হৈ গ’ল। মই ভৱিষ্যতে আৰু কেতিয়াও এনে কাম নকৰো। মই ভৱিষ্যতে কাৰো লগত বেয়া ব্যৱহাৰ নকৰো।” উদণ্ড অসমীয়া যুৱককেইজনৰ ধমকিত এইদৰে সৈ কাঢ়ে বাঙালী যুৱকজনে।

ভুক্তভোগী বাঙালী যুৱকজনৰ নাম কি জানিব পৰা হোৱা নাই। আনহাতে ঘটনাটোত জড়িত তথা ভিডিঅ’টোত দেখা পোৱা যুৱককেইজনৰ বিৰুদ্ধে এই পৰ্য্যন্ত কোনেও এজাহাৰ দাখিল কৰাৰ বাতৰি অহা নাই।

উল্লেখযোগ্য যে যোৱা দুদিনত বিধেয়কখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পক্ষ-বিপক্ষৰ ফলত বাঙালী আৰু অসমীয়া মানুহৰ মাজত এনেকুৱা একাধিক সংঘাতৰ ঘটনা ঘটিছে, যিটোক অতি অশুভ সংকেত বুলিব পাৰি। বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বাঙালীসকলৰ মাজৰ বহুতে সততে অসমীয়া বিদ্বেষী মন্তব্য কৰা আৰু বিৰোধিতা কৰিবলৈ গৈ অসমীয়াৰ মাজৰ বহুতে বাঙালীসকলক ভাবুকি দিয়াৰ দৰে কেইবাটাও ঘটনা ঘটিছে। বিধেয়কখন গৃহীত হওকেই বা নহওকেই, ই যে অসমত অসমীয়া আৰু বাঙালীৰ মাজৰ সম্প্ৰীতিক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব তাকে প্ৰমাণ কৰিছে এই ঘটনাবোৰে।

উদ্বেগজনক কথাটো হ’ল, ভিডিঅ’টোৰ তলত বেছিভাগ য়ুজাৰেই ঘটনাটোক ন্যায্যতা দিয়া দেখা গৈছে। এই উদাহৰণবোৰে বিধেয়কখনক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ উগ্ৰ আৰু অন্ধ জাতীয়তাবাদে মূৰ দাঙি উঠাৰ পূৰ্ণ সম্ভাৱনা দাঙি ধৰিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd