• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্চিডিজ বেঞ্জে অৱৰোধ কৰিছিল পথ; নীতা আম্বানীৰ দেহৰক্ষীক ভালকৈয়ে এজাউৰি দিলে মহিলাই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2024 1:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শীৰ্ষ ৰাজনীতিবিদ, মনোৰঞ্জন জগতৰ তাৰকা, বিখ্যাত তাৰকা ক্ৰীড়াবিদ, আনকি বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্ব যাৰ ওচৰত তেওঁলোকে আনুগত্য প্ৰকাশ কৰে, দেশৰ আটাইতকৈ ধনী পৰিয়াল হিচাপে যাৰ নাম এক নম্বৰত আছে সেই পৰিয়ালৰ বিৰুদ্ধে কোনো সাধাৰণ মানুহে মুখ খুলিব পাৰে সেয়া হয়তো কোনেও কল্পনাও কৰিব নোৱাৰে। কিন্তু কোনোবাই যেতিয়া মুখ খুলিলে, তেতিয়া তেওঁ বহুতেই তেওঁক প্ৰশংসাৰে উপচাই পেলালে।

শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে দেশৰ তথ্য প্ৰযুক্তি চহৰ বাংগালুৰুত। তাতে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ দেহৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত হয় এগৰাকী বাটৰুৱা মহিলা।

Apply Now

মুম্বাইৰ বাসিন্দা নীতাই অলপতে বেংগালুৰু ভ্ৰমণ কৰিছিল। তাতে গাড়ীখন ৰখাই শাৰী কিনিবলৈ বুটিক এখনলৈ গ’ল। পথৰ কাষত ৰখাই থোৱা আছিল ১০ কোটি টকাৰ বিশাল মাৰ্চিডিজ বেঞ্জ এছ৬০০ৰ গাৰ্ড।

ফলত পথৰ এটা ফাল সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰে। আন যান-বাহন দূৰৰ কথা, পথচাৰীৰো অসুবিধা হয়। সেই সময়ত এগৰাকী মহিলাই প্ৰতিবাদ কৰে। তেওঁ নীতা আম্বানীৰ দেহৰক্ষীক এজাউৰি দিবলৈ ধৰিলে। সেই মুহূৰ্তত নীতাই আকৌ বুটিকৰ পৰা ওলাই গাড়ীত উঠিবলৈ সাজু হৈছিল। অৱশ্যে কোনো এজন দেহৰক্ষীয়ে মহিলাগৰাকীৰ লগত কাজিয়া কৰা নাছিল বা অভদ্ৰ আচৰণ কৰা নাছিল।

মহিলাগৰাকীয়ে দেহৰক্ষীক দিয়া সতৰ্কবাণীৰ ভিডিঅ’টো দূৰৰ পৰা লোৱাৰ বাবে তেওঁ ঠিক কি কথা কৈছিল সেয়া ধৰিব পৰা নাযায়। অৱশ্যে তেওঁৰ শৰীৰৰ ভাষা অলপ আক্ৰমণাত্মক আছিল। আৰু এনে প্ৰভাৱশালী পৰিয়ালৰ দেহৰক্ষীৰ ওপৰত দেখুওৱা সাহসৰ ঘটনাত মহিলাগৰাকীক নেটিজেনে প্ৰশংসা কৰিছে। তেওঁৰ স্পষ্ট কথাৰ বাবে বহুতে তেওঁক বাহ বাহ দিছে।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মহিলাগৰাকীক ‘হিৰো’ বুলি অভিনন্দন জনাইছে। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, আম্বানী হওক, তেওঁৰ পত্নী হওক বা পিতৃয়ে হওক, ৰাস্তা বন্ধ কৰিলে এনেদৰেই এজাউৰি খাব লাগিব।

View this post on Instagram

A post shared by Automobili Ardent India (@automobiliardent)

আন এজন ব্যক্তিয়ে অৱশ্যে মন্তব্য কৰে যে দেশৰ একাংশ নাগৰিকক জেড প্লাছৰ নিৰাপত্তা দিয়া হয় আৰু জনসাধাৰণে ইয়াৰ গুৰুত্ব বুজিব লাগে। সেই বুলি জনসাধাৰণক অশান্তি দিয়াটোও অযুক্তিকৰ।

আন এজনৰ ধেমেলীয়া মন্তব্য, হাতত মেচিনগান থকাৰ পিছতো সেই ব্যক্তিজনে সৌজন্যতা দেখুৱালে! সশস্ত্ৰ দেহৰক্ষীৰ সৈতে ফেপেৰি পতা যুঁজৰ বাবে মহিলাগৰাকীৰ বীৰত্বক বহুতে চেলুট জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd