• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুল হেলমেট পৰিধানৰ শাস্তি: ট্ৰেফিক আৰক্ষীয়ে বিহিলে ট্ৰেফিক আৰক্ষীক জৰিমনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2022 12:52 pm
Traffic Policeman Fines Another Cop
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যান-বাহন পৰিবহণৰ নিয়ম উলংঘনৰ বাবে সাধাৰণ নাগৰিকক ট্ৰেফিক আৰক্ষীয়ে জৰিমনা বিহা এক সাধাৰণ দৃশ্য। একেদৰে এগৰাকী সাধাৰণ নাগৰিকে ট্ৰেফিক নীতি উলংঘন কৰাটোও এটা সাধাৰণ দৃশ্যই।

কিন্তু ট্ৰেফিক আৰক্ষী বিভাগত কৰ্মৰত এগৰাকী আৰক্ষী কৰ্মীয়ে যেতিয়া ট্ৰেফিক নীতি উলংঘন কৰে, ইয়াক সাধাৰণ কথা বুলি মানি ল’ব পাৰিনে ?

Apply Now

বেংগালুৰুৰ আৰটি নগৰৰ এগৰাকী ট্ৰেফিক আৰক্ষী কৰ্মীয়ে শেহতীয়াকৈ ট্ৰেফিক আইন ভংগ কৰি ভৰিবলগীয়া হৈছে জৰিমনা। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ট্ৰেফিক কৰ্মীগৰাকীক আন এগৰাকী ট্ৰেফিক আৰক্ষী কৰ্মীয়ে চালান কটাৰ দৃশ্য।

বাহন চলোৱাৰ সময়ত সম্পূৰ্ণ সুৰক্ষা নথকা এটা আধা হেলমেট পৰিধান কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হৈছে ট্ৰেফিক কৰ্মীগৰাকী।

টুইটাৰযোগে আৰ টি নগৰ ট্ৰেফিক বিটিপিয়ে এই আৰক্ষী কৰ্মীগৰাকীক আন এগৰাকী ট্ৰেফিক কৰ্মীয়ে গিয়াৰলেছ স্কুটাৰ চলাই থকা সময়ত ভুল হেলমেট পিন্ধাৰ বাবে জৰিমনা বিহা ছবি শ্বেয়াৰ কৰিছে।

আৰ টি নগৰ আৰক্ষীয়ে যোৱা সোমবাৰে এই ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছিল। তাৰ পাছতে এই ছবিখন সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰে।

সামাজিক মাধ্যমত কিছু লোকে ট্ৰেফিক নিয়ম উলংঘা কৰা আৰক্ষী কৰ্মীগৰাকীক শাস্তি বিহাৰ বাবে আৰক্ষীক প্ৰশংসা কৰিছে যদিও আন কিছু লোকে এইয়া প্ৰচাৰমুখীতাহে বুলি সন্দেহ কৰিছে।

ছবিখনত জৰিমনাৰ সন্মুখীন হোৱা আৰক্ষী গৰাকীয়ে হাঁহি থকাৰ দৃশ্য দেখি এগৰাকী লোকে এয়া কেৱল প্ৰচাৰধৰ্মী উদ্দেশ্যে ফটোৰ বাবে প’জ দিয়া বুলি মন্তব্য কৰে।

আন এগৰাকীয়ে আকৌ ফটোখনৰ দোহাই দি বহু আৰক্ষী কৰ্মী-বিষয়াই বিভাগীয় লোক হোৱাৰ বাবেই হেলমেট অবিহনে বা আন নিয়ম নমনাকৈ যান-বাহন চলায় বুলি অভিযোগ কৰিছে।

সি যি নহও, এনে সমালোচনাৰ মাজতো ছবিখনে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। সমসাময়িকভাৱে ট্ৰেফিক আৰক্ষীয়েই ট্ৰেফিক নিয়ম উলংঘা কৰাৰ দৃশ্যই ক্ষুদ্ধ কৰিছে সাধাৰণ লোকক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd