• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

লাভ নাই; এনে মহিলাই প্ৰতিমুহূৰ্ততে দিব অশান্তি: চাণক্যই কৰি গৈছে সতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 7:01 am
chanakya
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ প্ৰাচীন শ্ৰেষ্ঠ দাৰ্শনিকসকলৰ নামৰ কথা আহিলে বহু নাম মনলৈ আহে। কিন্তু এজন ব্যক্তিৰ যদি শ্ৰেষ্ঠ দাৰ্শনিক, ৰাজনীতিবিদ, অৰ্থনীতিবিদৰ বৈশিষ্ট্য থাকে তেন্তে তেওঁ হ’ল এজনেই। তেওঁ হৈছে অৰ্থশাস্ত্ৰৰ ৰচক চাণক্য। তেওঁ অৰ্থশাস্ত্ৰৰ লেখাৰ জৰিয়তে ভাৰতীয় উপমহাদেশৰ ৰাজনীতি আৰু অৰ্থনীতিৰ পৰিৱৰ্তন ঘটাইছিল।

চাণক্য নীতিয়ে আমাক বিভিন্ন কথাৰ বিষয়ে অৱগত কৰে। ইয়াত আমি চাণক্যই নাৰীৰ বিষয়ে কি কৈছিল জানিম। চাণক্যৰ নীতিয়ে আজিও বিশ্বৰ কোটি কোটি মানুহক পথ প্ৰদৰ্শন কৰে। আচাৰ্য চাণক্যই নীতিকথাত বহু এনে কথা কৈছে যিবোৰ এজন ব্যক্তিয়ে জীৱন সফল কৰি তুলিবলৈ নিজৰ জীৱনত গ্ৰহণ কৰিব পাৰে।

Apply Now

আচাৰ্য চাণক্যই কৈছে যে যদি কোনো ব্যক্তিয়ে এই ৩ জনৰ পৰা দূৰত্ব বজাই ৰাখে তেন্তে তেওঁ সুখৰ লগতে সফলতাও লাভ কৰে। এই ৩ জনৰ সংগ এজন ব্যক্তিৰ উন্নতিত বাধা হৈ পৰে, গতিকে তৎক্ষণাত তেওঁলোকৰ পৰা আঁতৰি যোৱাটো প্ৰয়োজনীয়। আহকচোন জানি লওঁ কি কৈছে চাণক্যই –

আচাৰ্য চাণক্যৰ মতে মূৰ্খ শিষ্যক জ্ঞান দি কোনো লাভ নাই। এনে শিষ্যই কাৰো কথা নুশুনে। এনে মানুহক যিকোনো ধৰণৰ জ্ঞান দিয়াটো নিজৰ সময় নষ্ট কৰাৰ দৰেই। এনে লোকৰ পৰা দূৰত্ব বজাই ৰখা ভাল কাৰণ তেওঁলোকে সময় নষ্ট কৰাই নহয় আপোনাৰ সফলতাতো বাধা হৈ পৰে।

আচাৰ্য চাণক্যই এনে নাৰীক ভুল বুলি গণ্য কৰিছে, যিসকলে কেৱল নিজৰ মতে চলে আৰু আন কাৰোৰে একো কথা নুশুনে। চাণক্যই কৈছে যে দুষ্ট স্বভাৱৰ পত্নীৰ লগত জীয়াই থকাৰ অৰ্থ নৰকত জীয়াই থকাৰ দৰেই। ঘৰখনত এনে মহিলাৰ উপস্থিতিয়ে ভৱিষ্যত প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। এনে মহিলাই নিজৰ লগতে তেওঁলোকৰ লগত জড়িতসকলৰো ক্ষতি কৰে।

চাণক্যই কয় যে মানুহৰ দুখ-কষ্টৰ প্ৰতি সদয় হোৱাটো ভাল কথা। কিন্তু নিজৰ দুখ-কষ্টৰ পৰা ওলাই আহিবলৈ চেষ্টা নকৰা মানুহক পতিয়ন নিয়াই কোনো লাভ নাই, কাৰণ যেতিয়ালৈকে তেওঁলোকে নিজেই ওলাই আহিব নিবিচাৰে আপোনাৰ কঠোৰ পৰিশ্ৰমও অপচয় হয়। লগতে এনে মানুহৰ লগত থাকি মানুহজনে নিজেই নেতিবাচক চিন্তা কৰিবলৈ আৰম্ভ কৰে আৰু বেয়া কথাই তেওঁৰ মনত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।

গতিকে এনে তিনিধৰণৰ মানুহৰ পৰা চাণক্যই আমাক আঁতৰি থকাৰ পৰামৰ্শ প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd