• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 6:40 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া গৰমে দহিছে। তাপমান লাহে লাহে বাঢ়িবলৈ ধৰিছে। অসমত বায়ুৰ আৰ্দ্ৰতা বেছি, সেইবাবে গৰমত ঘাম বেছিকৈ ওলায়। ইয়াৰ ফলস্বৰুপে শৰীৰ শুষ্ক হৈ পৰে। তদুপৰি ঘামৰ লগত ভালেমান খনিজ পদাৰ্থও শৰীৰৰ পৰা ওলাই যায়। ফলত শৰীৰ দুৰ্বল হৈ পৰে। সুৰ্যৰ ৰশ্মিৰ প্ৰভাৱ ছালৰ ওপৰতো পৰে আৰু ছালৰ ক্ষতি কৰে। গতিকে এনে এক পৰিৱেশত আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ তথা শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ কেতবোৰ বিশেষ ফল-মtল আৰু শাক-পাচলি গ্ৰহণ কৰাটো প্ৰয়োজনীয়। গৰমৰ দিনত কেইবিধমান ফল-মtল আৰু শাক-পাচলি অতিকৈ গুৰুত্বপূৰ্ণ।

এই সন্দৰ্ভত চিকিৎসক প্ৰাঞ্জল চেতিয়াই কয় যে, গৰমৰ দিনত আম যথেষ্ট উপকাৰী। ইয়াত প্ৰচূৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে। সেইবাবে আম কেন্সাৰ প্ৰতিৰোধী বুলিও কোৱা হয়। ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু খাদ্যৰ পাচনতো সহায় কৰে। তদুপৰি ই দেহৰ ইমিউনিটি বৃদ্ধি কৰে।

Apply Now

অতিপাত গৰমত তৰমুজ খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। তৰমুজত ৯২ শতাংশ পানী থাকে। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে তৰমুজত থকা লাইকোপেনৰ কেন্সাৰ প্ৰতিৰোধত বিশেষ ভূমিকা আছে। তদুপৰি লাইকোপেনে কলেষ্টেৰল আৰু ৰক্তচাপ কমোৱাত সহায় কৰে। তৰমুজত যথেষ্ট পৰিমাণৰ ভিটামিন-চি আৰু ভিটামিন এ থাকে। এই দুবিধ ভিটামিনে গাৰ ছাল আৰু চুলিৰ যতন হয়। তৰমুজৰ প্ৰচুৰ পৰিমাণৰ পানী আৰু কম পৰিমাণৰ আঁহবোৰে খাদ্য পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

গৰমৰ দিনৰ বাবে আমাৰ চিৰপৰিচিত তিঁয়হ উপকাৰী। ইয়াতো পানীৰ পৰিমাণ যথেষ্ট। সেইবাবে দেহৰ জলযোজনত সহায় কৰে, এইবিধ খাদ্য পটাছিয়ামৰো ভাল উৎস।

মিঠা আলুক খাদ্য হিচাপে বৰ গুৰুত্ব দিয়া নহয়। কিন্তু ই এবিধ উপকাৰী খাদ্য। এইবিধ খাদ্য, বিটা-কেৰ’টিন, ভিটামিন-বি-১ আৰু বি-২ ভিটামিন চি, মেংগানিজ, ফছফৰাছ, কপাৰ আৰু পটাছিয়ামৰ ভাল উৎস। ইয়াৰ অৰ্থ হ’ল মিঠা আলুৰ ব্যৱহাৰে আমাৰ দেহৰ বিভিন্ন দিশৰ যত্ন লয়। গৰমৰ দিনৰ প্ৰতিকুল পৰিৱেশত এইবিধ খাদ্যই আমাক সহায় কৰে।

গৰমৰ দিনতদৈ এবিধ উত্তম খাদ্য। যিকোনো ঠাইতে আৰু যিকোনো সময়তে দৈ খাব পাৰি। ভাল গাখীৰৰ পৰা দৈ অতি সহজে প্ৰস্তুত কৰিব পাৰি। সেইবাবেই ইয়াৰ প্ৰচলন বেছি। আজিকালি বিভিন্ন ব্ৰেণ্ডৰ দৈ বজাৰত উপলব্ধ। দৈত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বেক্টেৰিয়া থাকে, যিবোৰে অন্ত্ৰৰ সক্ৰিয়তা বৃদ্ধি কৰে আৰু পাচনত সহায় কৰে। গৰমৰ দিনত বহুতে দৈৰ চৰবত (লচ্চী) বনাই ৰাখে। অতিপাত গৰমত দৈৰ ব্যৱহাৰে আমাৰ শৰীৰলৈ শীতলতা আৰু সজীৱতা আনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd