• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্লিক কৰিলেই খালী হৈ যাব পাৰে বেংক একাউন্ট; এনে কোনবোৰ লিংকৰ পৰা সাৱধান হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 10:17 am
cyber security

প্ৰতিনিধিত্বমূলক ফটো।

394
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি ভীষণভাৱে অনলাইন প্ৰৱঞ্চনাৰ মাত্ৰা বৃদ্ধি পাবলৈ লৈছে। একাউন্ট বন্ধ হৈ গৈছে, ডেবিট কাৰ্ড বাতিল হৈছে বুলি নানা ধৰণৰ ছলাহী কথাৰে সাধাৰণৰ লোকৰ বেংক একাউন্ট খালী কৰি নিছে প্ৰৱঞ্চকে।

ইয়াৰ লগতে এতিয়া নতুনকৈ আহিছে ‘কে ৱাই চি’ৰ নামত জালিয়াতিৰ প্ৰৱঞ্চকৰ দল। বহুতেই এনেকুৱা প্ৰৱঞ্চকৰ ফান্দত ভৰি দি কে ৱাই চিৰ প্ৰপত্ৰ পূৰণ কৰি একাউন্টৰ সকলো হেৰুৱাই কপালত হাত দিছে।

এনে প্ৱঞ্চকসকলৰপৰা কেনেদৰে ৰক্ষা পৰিব? কোনবোৰ লিংকত ভুলতো ক্লিক নকৰিব সেয়া জনাতো জৰুৰী। চাওক নিজৰ একাউন্ট সুৰক্ষিত ৰাখিবলৈ কি কৰিব।

* কে ৱাই চি ভেৰিফিকেশ্যনৰ বাবে প্ৰথমতে ফোনত এটা লিংক পঠোৱা হয়। তাত ক্লিক কৰিলেই এটা অ’টিপি আহে। সেই অ’টিপি দিলেই খালী হৈ যাব পাৰে বেংক একাউন্ট।

* বেংকৰ প্ৰকৃত ৱেবছাইটৰ পৰা পৃথক এক ধৰণৰ লিংক ফোনত আহিব পাৰে। সেইটো দেখিবলৈ এনেকুৱা:  ‘[http://]1a4fa3e03758. ngrok [.] io/xxxxxx’। শেহৰ ‘xxxxxx’ অংশটোত আপোনাৰ বেংকৰ নাম থাকিব। ভুলতেও এনে লিংকত ক্লিক নকৰিব।

* প্ৰৱঞ্চনাৰ বাবে এনে ধৰণৰ লিংকৰ শেষত কে ৱাই চি সাদৃশ্যৰ শব্দও থাকিব পাৰে। যেনে:  ‘http://1e2cded18ece.ngrok[.]io/xxxxxx/full-kyc.php’। ইয়াতো ‘xxxxxx’ অংশটোত আপোনাৰ বেংকৰ নাম থাকিব। এনে লিংকতো ক্লিক নকৰিব।

* এনেধৰণৰ প্ৰৱঞ্চকৰ লিংকৰ আৰম্ভণিতে এইচ টি টি পি এছৰ সলনি কেবল এইচ টি টি পি থাকে। যেনে:  http://1d68ab24386.ngrok[.]io/xxxxxx/। এনে লিংকতো ক্লিক নকৰিব।

* সেইবুলি এইচ টি টি পি এছ থাকিলেই লিংক সুৰক্ষিত বুলি নাভাৱিব। এইচ টি টি পি এছ থকাও বহু এনে প্ৰৱঞ্চকৰ লিংক আছে। যেনে: ‘https://05388db121b8.sa.ngrok[.]io/ xxxxxx/’। এনেবোৰ লিংকো মুঠেই নিৰাপদ নহয়।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd