• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকৰ আশ্ৰয়ৰ বাবে নিজৰ অট্টালিকা আগবঢ়াব বাইচুং ভূটীয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 12:37 pm
aa-Cover-jrnkdmok1faetch7o8qjnq6be5-20190704163415.Medi
29.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলৰ প্ৰাক্তন খেলুৱৈ বাইচুং ভূটীয়াই দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে মিজোৰামত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ আশ্ৰয়ৰ বাবে তেওঁ নিজৰ অট্টালিকা প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰতৰ অন্যতম সফল ফুটবলাৰগৰাকীয়ে কলকাতাৰ পৰা নিজৰ ৰাজ্যলৈ ঘূৰি আহিছে যদিও লকডাউনৰ বাবে সম্প্ৰতি তেওঁ চিলিগুৰিত আৱদ্ধ হৈ আছে।

‘কলকাতাৰ পৰা মই ঘূৰি আহিছো কিন্তু লকডাউনৰ কাৰণে মই এতিয়া ইয়াত আছো। সেয়ে মই ইয়াৰ পৰা সকলো সহযোগিতা আগবঢ়াম’, তেওঁ এই কথা জনায়।

তেওঁ লগতে কয়, ‘ছিকিমত বহু সংখ্যক প্ৰব্ৰজিত শ্ৰমিক আৱদ্ধ হৈ আছে। এই পৰ্যন্ত ছিকিমত এটাও ক’ৰ’নাত আক্ৰন্ত চিনাক্ত হোৱা নাই। সেয়ে মই মোৰ অট্টালিকাটো ব্যৱহাৰৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো’।

উল্লেখ্য যে ভূটীয়াৰ অট্টালিকাত বৰ্তমান ১০ জন লোকে আশ্ৰয় লৈ আছে যদিও তেওঁৰ অট্টালিকাটোত প্ৰায় ১০০জন লোক থাকিব পৰিব বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁৰ অট্টালিকাত আশ্ৰয় লোৱা লোকসকলক খাদ্য প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে তেওঁৰ দল য়ুনাইটেড ছিকিম এফ চিয়েও প্ৰব্ৰজিত শ্ৰমিকসকলৰ খাদ্য প্ৰদানৰ বাবে বেংগলত কাম কৰি আছে।

‘আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আছো। বেংগল আৰু ইয়াত সেই লোকসকলৰ বাবে কি কৰিব পাৰো দেখা যাওক’, ভূটীয়াৰ মন্তব্য।

উল্লেখ্য যে অলপতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ সচিবে পত্ৰৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

Tags: COVID19

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd