• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত বন্ধ সৰ্বাত্মক, বাতিল কৰা হ’ল ৰেল সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 3:03 pm
Bharat Bandh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত কিষাণ মৰ্চাই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি জনসাধাৰণৰ পূৰ্ণ সহযোগিতা পৰিলক্ষিত হৈছে।

তিনিখন বিতৰ্কিত কৃষি আইন গৃহীত হোৱাৰ এবছৰ পূৰ্ণ হোৱাৰ বাবে এই আইন তিনিখনৰ প্ৰতিবাদত আজি “ভাৰত বন্ধ” আহ্বান কৰিছিল সংযুক্ত কিষাণ মৰ্চাই । পুৱা ৬ বজাত আৰম্ভ হোৱা বন্ধৰ কাৰ্যসূচী আজি আবেলি ৪ বজালৈকে চলিব।

পঞ্জাৱ আৰু হাৰিয়ানা দুয়োখন প্ৰদেশতে কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ, সংযোগী পথ আৰু ৰে’লপথ অৱৰোধ কৰা হৈছে যাৰ ফলত পথ আৰু ৰে’ল চলাচল বন্ধ হৈ পৰিছে।

Apply Now

কৃষকসকলে পঞ্জাৱৰ ৩৫০ তকৈও অধিক ঠাইত প্ৰতিবাদ আৰম্ভ কৰিছে। পঞ্জাৱৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে (এজিডিপি) ৰাজ্যখনৰ আৰক্ষী বাহিনীক প্ৰতিবাদস্থলীত আইন-শৃংখলা নিশ্চিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। সকলো ধৰ্ণা স্থানত এটা তীক্ষ্ণ নজৰ ৰখা হৈছে।

হাৰিয়ানাৰ জিন্দ জিলাত ২৫ টা স্থানত ঘাইপথ অৱৰোধ কৰা হৈছে।

ধৰ্মঘটৰ সমগ্ৰ সময়ছোৱাত সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, শৈক্ষিক আৰু অন্যান্য প্ৰতিষ্ঠান, দোকান, উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে, এছ.কে.এম.-এ আশ্বাস দিছিল যে চিকিৎসালয়, চিকিৎসা দোকান, সাহায্য আৰু উদ্ধাৰ কাৰ্য আৰু ব্যক্তিগত জৰুৰীকালীন অৱস্থাত উপস্থিত থকা লোকসকলকে ধৰি সকলো জৰুৰীকালীন প্ৰতিষ্ঠান আৰু অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ’ব। বন্ধ স্বেচ্ছামূলক আৰু শান্তিপূৰ্ণ ভাৱে বলবৎ কৰা হ’ব।

উল্লেখ্য যে আজিৰ বন্ধ কাৰ্যসূচীলৈ বিভিন্ন ৰাজনৈতিক দলেও সমৰ্থন আগবঢ়াইছে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে বন্ধলৈ মুকলি সমৰ্থন আগবঢ়াইছে।

বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱে ঘোষণা কৰিছে যে তেওঁ দেশজুৰি হোৱা ধৰ্মঘটত অংশগ্ৰহণ কৰিব।

অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু চৰকাৰেও বন্ধক সম্পূৰ্ণ সমৰ্থন ঘোষণা কৰিছে। কংগ্ৰেছেও সোমবাৰে প্ৰতিবাদত যোগদান কৰিব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd