DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ নাকৰ ড্ৰপৰ দৰেই গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন প্ৰস্তুত কৰিব ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 2:46 pm
nose
402
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছে কালান্তক ৰুপ ধাৰণ কৰাৰ সময়তে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ভেকচিন আবিষ্কাৰৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আমাৰ ভাৰততো দুটাকৈ ক’ৰ’ণাৰ ভেকচিনৰ কাম চলি আছে।

এনে সময়তে ভাৰতে ক’ৰ’ণা ভাইৰাছৰ নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিন প্ৰস্তুত কৰিবলৈ অগ্ৰসৰ হৈছে।

ভাৰত বায়’টেক নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব নাকেৰে গ্ৰহণ কৰিব পৰা ক’ৰ’ণাৰ ভেকচিন উৎপাদনৰ কাম।

ভাৰত বায়’টেকৰ  পদাধিকাৰ কৃষ্ণা এল্লাই প্ৰকাশ কৰা মতে আমেৰিকাৰ মিচৌৰীস্থিত ৱাশ্বিংটন ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনে আবিষ্কাৰ কৰা নাকেৰে ল’ব পৰা ভেকচিন বিধৰ ১০০ কোটি ডোজ ভাৰতৰ ভাৰত বায়’টেকক প্ৰস্তুত কৰিবলৈ অনুমতি দিছে।

ভাৰত বায়’টেকে এই ডোজ সমূহ প্ৰস্তুত কৰি দেশৰ লগতে বিদেশলৈয়ো পঠিয়াব বুলি তেওঁ জানিবলৈ দিয়ে।

নাকেৰে ল’ব পৰা এই ভেকচিন সম্পূৰ্ণ নিৰাপদ বুলিও তেওঁ প্ৰকাশ কৰে ।

উল্লেখ্য চীনেও এনে ভেকচিন আৱিষ্কাৰ কৰা বুলি দাবী কৰি আহিছে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা নাকেৰে  ল’ব পৰা ভেকচিনৰ পৰীক্ষণো ভাৰততে কৰা হব বুলি জানিব পৰা গৈছে।

Recent News

Shahi Idgah mosque

মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

Darrang Police announce Rs 2 lakh reward

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd