• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বুলেট প্ৰুফ গাড়ীত সম্ভৱ নহয় ভাৰত জোড়ো যাত্ৰা: নিৰাপত্তা ভংগ বিতৰ্কৰ প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2022 6:42 pm
Bharat Jodo Yatra
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিৰোধী দল কংগ্ৰেছৰ চলিত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত যাত্ৰাৰ নেতৃত্ব বহন কৰা ৰাহুল গান্ধীৰ নিৰাপত্তা সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ এক বিশেষ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীৰ নিৰাপত্তাত অসতৰ্ক হোৱা বুলি কংগ্ৰেছে দিল্লী আৰক্ষীক দোষাৰোপ কৰাৰ পিছতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে গান্ধীয়ে নিজেই প্ৰট’কল ভংগ কৰা বুলি দাবী কৰিছিল। এই দাবীৰ প্ৰত্যুত্তৰ দি গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা বুলেট প্ৰুফ গাড়ী এখনত সম্ভৱ নহয় বুলি মন্তব্য কৰিছে।

Apply Now

“চৰকাৰে বিচাৰে মই ভাৰত জোড়ো যাত্ৰা বুলেট প্ৰুফ গাড়ীত কৰিম। সেয়া মই কেনেকৈ কৰিম? এয়া এক পদযাত্ৰাহে।”- কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দাবীৰ প্ৰতি সঁহাৰি দি ৰাহুল গান্ধীয়ে এইদৰে কয়।

শাসকীয় বিজেপি চৰকাৰৰ নেতাসকলে নীতি-নিয়ম উলংঘা কৰা বুলি অভিযোগ কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে দল অনুসৰি বিভিন্ন প্ৰট’কল আছে বুলিও কেন্দ্ৰ সমালোচনা কৰে।

“যেতিয়া তেওঁলোকৰ নেতাসকলে মুকলি জীপত উঠি প্ৰট’কলৰ বিৰুদ্ধে গৈ ৰোডশ্ব’ কৰে, তেতিয়া কোনো চিঠি পঠোৱা নহয়। তেওঁলোকে ৰাহুল গান্ধীয়ে নিজৰ নিৰাপত্তা কভাৰ উলংঘা কৰা বুলি দাবী কৰি গোচৰ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।”- গান্ধীয়ে কয়।

কোনো ধৰণৰ প্ৰচাৰ আৰু টকাৰে সত্যক ঢাকি ৰাখিব নোৱাৰি বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ লগতে এই ভাৰত জোড়ো পদযাত্ৰাই ভাৰতৰ আৱেগক প্ৰতিনিধিত্ব কৰে আৰু যাত্ৰাই তেওঁক বহু কথা শিকাইছে বুলিও নিজ ভাষ্যত উল্লেখ কৰে।

“যেতিয়া মই এই পদযাত্ৰা আৰম্ভ কৰিছিলো তেতিয়া মোৰ কোনো পূৰ্বধাৰণা নাছিল। মই মাত্ৰ যাত্ৰাৰ অভিজ্ঞতা ল’বলৈ গৈছিলো। দিন পাৰ হৈ যোৱাৰ লগে লগে মই উপলব্ধি কৰিছিলো যে ই কেৱল এক পদযাত্ৰাতকৈও অধিক। ই ভাৰতৰ অনুভৱক প্ৰতিনিধিত্ব কৰে।এই যাত্ৰাই মোক কল্পনা কৰাতকৈ বহু বেছি শিকাইছে।”— এইদৰে কয় কংগ্ৰেছ সাংসদগৰাকীয়ে।

ইফালে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যৰ প্ৰাসঙ্গিকতা দোহাৰে গান্ধীয়ে। তেওঁ কয় যে যদি বিৰোধীয়ে ঐক্যবদ্ধভাৱে থিয় দিয়ে তেন্তে বিজেপিৰ বাবে নিৰ্বাচনত জয়ী হোৱা কঠিন হৈ পৰিব। বিৰোধীয়ে বিকল্প দৃষ্টিভংগীৰে ৰাইজৰ ওচৰলৈ যাব লাগিব বুলিও তেওঁ পৰামৰ্শ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd