• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আকৌ আৰম্ভ হ’ব ভাৰত জোড়ো যাত্ৰা : কোন কোন ৰাজ্যত হ’ব এই যাত্ৰা?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 20, 2023 9:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰাত যে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাত কোনো সন্দেহ নাই। এই জনসংযোগ অভিযানে ৰাহুল গান্ধীক কংগ্ৰেছৰ নেতা হিচাপেও জনপ্ৰিয়তা আৰু প্ৰাসংগিকতা বৃদ্ধি কৰিলে। সেই জনপ্ৰিয়তাৰ ধাৰাটো বজাই ৰাখিবলৈ পুনৰ আগবাঢ়িছে কংগ্ৰেছ।

সূত্ৰ অনুসৰি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে। অহা বছৰৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰা। এইবাৰো এই যাত্ৰাৰ নেতৃত্ব ল’ব ৰাহুল গান্ধীয়ে।

Apply Now

কংগ্ৰেছৰ জানিব পৰা মতে ভাৰত জুড়ো যাত্ৰা ২.০ এইবাৰ অলপ বেলেগ হ’ব। এইবাৰ পদযাত্ৰাৰ উপৰি কংগ্ৰেছ নেতাসকলে গাড়ীৰেও জনসংযোগ কৰিবলৈও বিভিন্ন ৰাজ্যত উপস্থিত হ’ব।

প্ৰথম ভাৰত জোড়ো যাত্ৰাত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়ি যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। সূত্ৰ অনুসৰি ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ বাবে দুটা পথৰ কথা চিন্তা কৰা হৈছে। কংগ্ৰেছে উত্তৰ ভাৰতৰ এখন ৰাজ্যৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, এইবাৰৰ যাত্ৰাত উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই মূল কেন্দ্ৰবিন্দু হ’ব। এইটোও সূত্ৰৰ জৰিয়তে জনা গৈছে যে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা বিজেপিক ত্ৰস্তমান কৰিব পাৰে। যিহেতু এই যাত্ৰাত প্ৰায় সকলো বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰিব।

অহা ২১ ডিচেম্বৰত কংগ্ৰেছৰ কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হ’ব। সেই সভাত ভাৰত জোড়ো যাত্ৰা ২.০ৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব পাৰে।

প্ৰসংগক্ৰমে, ২০২২ চনৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল প্ৰথম ভাৰত জোড়ো যাত্ৰা। ৪০৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ১২৬ দিনত ১২খন ৰাজ্যৰ ৭৫খন জিলাৰ মাজেৰে পাৰ হৈ ২০২৩ চনৰ জানুৱাৰী মাহত জম্মু–কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হৈছিল এই যাত্ৰা।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd