• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাস্কৰজ্যোতি মহন্তক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব

NE NOW NEWS অনুপ শৰ্মা
গুৱাহাটী , November 29, 2019 5:07 pm

2 min read

Bhaskar Jyoti Mahanta

ভাস্কৰজ্যোতি মহন্ত। ফটোৰ উৎস : ফেইচবুক।

2.4k
VIEWS
Share on FacebookShare on Twitter

বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ ঠাইত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান (acting DGP) হিচাপে ভাস্কৰজ্যোতি মহন্তক নিযুক্তি দিয়া হৈছে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এখন জাননীত এই কথা কোৱা হৈছে।

বৰ্তমানৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ কাৰ্য্যকাল কাইলৈ অন্ত পৰিব।

দায়িত্বপ্ৰাপ্ত মহন্ত ১৯৮৮ (আৰ আৰ) বেচ্চৰ আই পি এছ বিষয়া আৰু তেওঁ বৰ্তমান অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (সীমান্ত) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

Notification of Police
গৃহ বিভাগৰ জাননীখন।

অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, অসম চৰকাৰে নতুন সঞ্চালক প্ৰধান হিচাপে চাৰিজন বিষয়াৰ নামৰ এখন তালিকা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে।

তালিকাখনত ভাস্কৰজ্যোতি মহন্তৰ উপৰি স্থান লাভ কৰিছে এ কে সিনহা কাশ্যপ, মুকেশ আগৰৱালা আৰু বি কে মিশ্ৰ। ইয়াৰে এজনৰ নাম চূড়ান্ত হৈ তেওঁ কাৰ্য্যভাৰ নোলোৱা পৰ্য্যন্ত মহন্তই দায়িত্ব পালন কৰি যাব।

আন এটা সূত্ৰৰ মতে, চোৰাংচোৱা বিষয়া তপন কুমাৰ ডেকাৰ নাম নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে চৰ্চাত আছিল যদিও সেয়া কিছু কাৰিকৰী অসুবিধাৰ বাবে শেষত বাদ দিয়া হয়।

ইপিনে বি কে মিশ্ৰৰ অৱসৰৰ বাবে মাত্ৰ তিনি মাহ মানহে সময় আছে বাবে তেওঁৰ নাম বিবেচিত হোৱাৰ সম্ভাৱনাও কম।

সূত্ৰটোৰ দাবী, ভাস্কৰজ্যোতি মহন্তৰ নামেই নতুন সঞ্চালক প্ৰধান হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা বেছি।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd