DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি বৰপেটাত ভোজন অধিকাৰ মেলা : পদপথৰ খাদ্য বিক্ৰেতাক দিয়া হৈছে বিশেষ প্ৰশিক্ষণ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
June 14, 2019 8:11 am
62383824_2322848324670943_123769343879151616_n

ফটো : নৰ্থইষ্ট নাও

2.7k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰতি গৰাকী নাগৰিকৰ বাবে সঠিক, সুৰক্ষিত আৰু পুষ্টিকৰ ভোজন প্ৰদানৰ লক্ষ্যৰে বৰপেটাত আজি দেশৰ ভিতৰত প্ৰথম জিলা ভিত্তিক ভোজন অধিকাৰ মেলা অনুষ্ঠিত হ’ব ৷

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড কৰ্তৃপক্ষৰ উদ্যোগত আৰম্ভ হোৱা জন আন্দোলনৰ অংশ স্বৰূপে আজি বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই মেলা অনুষ্ঠিত হ’ব ৷

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পদপথৰ খাদ্য বিক্ৰেতাসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় প্ৰাংগনত দিনৰ ৯.৩০ বজাৰ পৰা এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, নতুন দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থাৰ কাৰ্যবাহী সঞ্চালক ডাঃ সুজিত ৰঞ্জন আৰু প্ৰশিক্ষক শংকচব্ৰ কুণ্ডু ৷

উল্লেখ্য যে, আজি অনুষ্ঠিত হ’ব লগা ভোজন অধিকাৰ মেলাৰ লগত সংগতি ৰাখি সজাগতামূলক বাটৰ নাট, চাইকেল ৰেলী, আলোচনা চক্ৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, সুৰক্ষিত ৰন্ধন প্ৰণালীৰ প্ৰদৰ্শন, বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ প্ৰদান, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা, সংগীতানুষ্ঠান, খাদ্য প্ৰদৰ্শনীৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

Recent News

Ranjan Gogoi Dhekiakhowa Barnamghar

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

India vs Zimbabwe

সুন্দৰৰ আঘাত: জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ বাবে ভাৰতীয় দলত শ্বাহবাজ আহমেদ

Assamese language

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd