• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি নেতাৰ ইছলাম-কুৰআনৰ “কলংক’’ৰ প্ৰত্যুত্তৰত প্ৰকাশ “ভ্ৰান্তি ভংগ”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 5:49 pm
Bhranti Bhangga: Islam aru Quranar Kalangkita Katha

দিছপুৰ প্ৰেছ ক্লাবত কিতাপখনৰ উন্মোচনৰ ছবি। নৰ্থইষ্ট নাও।

1.4k
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতা সত্য ৰঞ্জন বৰাৰ বিতৰ্কিত “ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ”ৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে প্ৰকাশ পাইছে “ভ্ৰান্তি ভংগ” শীৰ্ষক এক গ্ৰন্থ।

হাফিজ মৌলানা হিদায়াতুল ৱাদুদ কাছিমীৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখন গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।

কিতাপখনৰ উন্মোচনী অনুষ্ঠানটোৰ সভাপতি চৈয়দ ইফতিখাৰ হুছেইনৰমতে, বৰাৰ কিতাপখনৰ দাবী “সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়” আৰু সেয়ে ৰাইজৰ “ভ্ৰান্তি ভংগ” কৰাৰ বাবে এই গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে।

“ইছলাম ধৰ্মৰ বিষয়ে সত্য ৰঞ্জন বৰাৰ কোনো অভিজ্ঞতা নাই বা অধ্যয়ন নাই। সেয়েহে তেওঁ বিতৰ্কিত কথাৰে ইছলাম আৰু কোৰআনক লৈ কেতবোৰ প্ৰশ্নৰ লগতে  অভিযোগ উত্থাপন কৰিছে,” হুছেইনে কয়।

কোনো ধৰ্মই ইজনে সিজনক ঘৃণা কৰিবলৈ নিশিকায়, বৰাৰ দাবীক অগ্ৰাহ্য কৰি হুছেইনে কয়। “আমাৰ নামৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু আমি সকলো একেটা পৰিয়ালৰ।”

তেওঁলোকে ধৰ্ম নিৰ্বিশেষে অসমৰ সকলোকে কিতাপখন অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছে।

সম্পাদনা সমিতিৰমতে, “ভ্ৰান্তি ভংগ”ত কোনোধৰণৰ সাম্প্ৰদায়িক মন্তব্য নাই।

কিতাপখনৰ ব্যৱস্থাপনা আৰু পৰিকল্পনা ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্ছ একাডেমিৰ।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd