• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা: ৱাটছ্এপত সকলোকে বিদায় দি হোষ্টেলৰ কোঠাত আত্মহত্যা ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2022 11:14 am
BHU Student Found Hanging
161
VIEWS
Share on FacebookShare on Twitter

বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই বিগত কিছুদিন ধৰি উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা কিছুদিনত দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে ছাত্ৰৰ আত্মহত্যাৰ খবৰ পোৱা গৈছে। এইবাৰ এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত।

বৃহস্পতিবাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃতদেহ বিশ্ববিদ্যালয়ৰ এক হোষ্টেলৰ কোঠাত উদ্ধাৰ কৰা হৈছে। কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছে ছাত্ৰগৰাকীৰ মৃতদেহ।

মৃত ছাত্ৰজনক প্ৰেম শংকৰ বুলি চিনাক্ত কৰা হৈছে। শংকৰে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দ্বিতীয় ছেমিষ্টাৰত অধ্যয়ন কৰি আছিল। বিশ্ববিদ্যালয়খনৰ আম্বেদকাৰ হোষ্টেলত বাস কৰিছিল ছাত্ৰগৰাকীয়ে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ২৫ বৰ্ষীয় প্ৰেম শংকৰ বিহাৰৰ ভোজপুৰৰ বাসিন্দা আছিল।

ইফালে শংকৰৰ বন্ধুবৰ্গই জানিবলৈ দিয়া মতে শংকৰে আত্মহত্যাৰ পূৰ্বে ৱাটছ্এপ ষ্টেটাছ যোগে আত্মহত্যাৰ ইঙ্গিত দিছিল। নিশা প্ৰায় ১২.৩৭ বজাত শংকৰে নিজৰ ৱাটছ্এপত “আপোনালোক সকলোকে বিদায় জনালো” বুলি এক ষ্টেটাচ লিখিছিল।

এই ষ্টেটাছটো লাভ কৰাৰ পাছত প্ৰায় ১:৩০ বজাত শংকৰৰ বন্ধুবৰ্গই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল।

অৱশ্যে ছাত্ৰগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, তাৰ কোনো প্ৰমাণ এইপৰ্যন্ত লাভ কৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd