• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উপযুক্ত সময়ত সকলো প্ৰকাশ কৰিম”: কংগ্ৰেছ ত্যাগৰ পিছত ভূপেন বৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2026 4:01 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই সোমবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। পদত্যাগৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তেওঁ বৰ্তমান মৌনতা অৱলম্বন কৰিছে যদিও এই পদক্ষেপে ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণি সৃষ্টি কৰিছে।

সংবাদ মাধ্যমৰ আগত বৰাই কয়, “মই কিয় দলৰ পৰা পদত্যাগ কৰিলোঁ, সেই কথা এই মুহূৰ্তত প্ৰকাশ নকৰোঁ। মই মোৰ পদত্যাগ পত্ৰ দলীয় হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছোঁ। বৰ্তমান মোৰ চৰকাৰী আৱাসত কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত আছে। উপযুক্ত সময়ত মই সকলো কথা ৰাজহুৱা কৰিম।”

Apply Now

পদত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগেই বিভিন্ন বিৰোধী ৰাজনৈতিক দলে বৰাক আদৰণি জনাইছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজহুৱাকৈ বৰাক আদৰণি জনাই কয় যে তেওঁলোকৰ দলৰ দুৱাৰ বৰাৰ বাবে সদায় খোলা আছে। একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও বৰাৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰি তেওঁৰ দলত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইপিনে, বৰাৰ পৰৱৰ্তী পদক্ষেপক লৈ চৰ্চা চলি থকাৰ মাজতে তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰীয় বৰ্তমানলৈকে তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই।

ভূপেন কুমাৰ বৰাই কোনো পোনপটীয়া অভিযোগ উত্থাপন কৰা নাই যদিও তেওঁৰ ইংগিত অনুসৰি, বিৰোধী মিত্ৰজোঁটৰ বুজাবুজিৰ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতৰ বাবেই তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে। বিশেষকৈ মিত্ৰজোঁটৰ আলোচনা প্ৰক্ৰিয়াত সাংসদ ৰকিবুল হুছেইনৰ অন্তৰ্ভুক্তিয়ে দলৰ ৰাজ্যিক গোটত সংঘাতৰ সৃষ্টি কৰা বুলি চৰ্চা চলিছে। বৰাই এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই যদিও তেওঁৰ নীৰৱতাই ৰাজনৈতিক মহলত ৰহস্য ঘনীভূত কৰি তুলিছে।

২০২১ চনৰ পৰা ২০২৪ চনলৈ এপিচিচি (APCC)ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰা কংগ্ৰেছৰ এগৰাকী অন্যতম শক্তিশালী নেতা আছিল। ২০০৬ চনৰ পৰা ২০১৬ চনলৈ দুবাৰকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰাই দলৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

বৰাৰ পদত্যাগৰ সমান্তৰালভাৱে পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰো ৰাইজৰ দলত যোগদান নিশ্চিত হৈছে। মণ্ডলে তেওঁৰ পদত্যাগৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰা ঘটনাই কংগ্ৰেছৰ ভিতৰচ’ৰাৰ অৰাজকতাক উদঙাই দিছে।

আনহাতে, অখিল গগৈয়ে বৰা বিজেপিত যোগদান কৰাৰ সম্ভাৱনা নাকচ কৰি কয়, “ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰিছে সেয়া সঁচা, কিন্তু তেওঁ বিজেপিত যোগদান নকৰে। তেওঁ বিৰোধী ঐক্যৰ এজন ডাঙৰ নেতা। কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক কংগ্ৰেছত থাকিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd