• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসীমা বৰদলৈৰ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ: নিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত অসীমা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
April 9, 2022 6:19 pm
Bhupen Borah
197
VIEWS
Share on FacebookShare on Twitter

গোপীনাথ বৰদলৈৰ নাতিনী তথা কংগ্ৰেছ নেত্ৰী অসীমা বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

পৌৰ সভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী গোটাব নোৱাৰাত লজ্জিত হোৱাৰ বাবেই নেত্ৰী গৰাকীয়ে দল ত্যাগ কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই।

তেওঁ কয় “অসীমা বৰদলৈয়ে নিজে বহু লজ্জিত হৈছে। সেয়েহে তেওঁ দল ত্যাগ কৰিলে। প্ৰদেশ কংগ্ৰেছৰ ইমান এগৰাকী ডাঙৰ নেতা হৈও পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে নিজৰ ৱাৰ্ডত প্ৰাৰ্থী উলিয়াব নোৱাৰা বাবেই তেওঁ ওলাই গ’ল।”

ইয়াৰ বিপৰীতে দল ত্যাগ কৰাৰ পাছতেই এক সংবাদমেল যুগে অসীমা বৰদলৈয়ে “বৰদলৈৰ উপাধিটো কংগ্ৰেছে ব্যৱহাৰ কৰিলে কিন্তু প্ৰকৃত সন্মান নিদিলে” বুলি অভিযোগ কৰে।

তদুপৰি নিৰ্বাচনৰ সময়ত দলৰ পৰা কোনো সহায় নাপালে বুলিও বিদায়ী নেত্ৰী গৰাকীয়ে দুখ প্ৰকাশ কৰে।

কংগ্ৰেছৰ কাম কাজকলৈ অসন্তুষ্ট অসীম বৰদলৈয়ে দলত কাম কৰা মানুহক টকা-পইছা নিদিলে দলে গুৰুত্ব নিদিয়ে বুলিও ক্ষোভ প্ৰকাশ কৰে।

“কংগ্ৰেছে কাম কৰা মানুহ চিনাক্ত কৰাত ব্যৰ্থ হৈছে। মোৰ পৰিয়াল আৰু মোৰ দেউতাৰ উপাধি কংগ্ৰেছে ব্যৱহাৰ কৰিলে, কিন্তু সুবিধা নিদিলে।”- অসীমা বৰদলৈয়ে কয়।

আনহাতে বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ এতিয়ালৈকে এই বিষয়ে কোনো চিন্তা কৰা নাই বুলি মন্তব্য কৰে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd