• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুধাকণ্ঠৰ চিৰলগৰী হাৰমিনয়াম আছে শংকৰদেৱ কলাক্ষেত্ৰত : দাবী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2019 10:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সুধাকণ্ঠ ড০ ভূপেন হাজিৰকাৰ নিত্য ব্যৱহৃত হাৰমনিয়ামখন এতিয়াও সযতনে ৰখা হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। সুধাকণ্ঠই নিজে দি যোৱা এই হাৰমনিয়ামখন দৰ্শকৰ ওচৰত প্ৰদৰ্শনৰ বাবে বৰ্তমানেও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সংগ্ৰহালয়ত আছে।’ এই কথা সদৰী কৰিছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে।

উল্লেখযোগ্য যে ২১ জুনত ভৰলুমুখস্থিত সোণাৰাম খেলপথাৰত জিলা প্ৰশাসন তথা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা অম্বুবাচা মেলাৰ উদ্বোধনী অনুষ্ঠানৰ সংগীতানুষ্ঠানত অংশ গ্ৰহণৰ সময়ত বলীউডৰ কণ্ঠশিল্পী কৈলাশ খেৰে পাঁচ লাখ টকাত সুধাকণ্ঠৰ সৈতে ছাঁৰ দৰে থকা হাৰমনিয়মাটো নিলামত ক্ৰয় কৰা বুলি উল্লেখ কৰিছিল।

Apply Now

ইয়াৰ পিছতে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এক বিবৃতিযোগে এই কথা সদৰী কৰে। বিবৃতিটোক সাংস্কৃতিক ন্যাসৰ তৰফৰা পৰা যুটীয়া সম্পাদক মনীষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাই কৈলাশ খেৰৰ উক্ত মন্তব্যৰ পিছতে ৰাইজৰ মাজত হ’ব পৰা সন্দেহ আঁতৰ কৰিবৰ বাবেই এই বিবৃতিযোগে এই কথা জনায়।

বিবৃতিটোত ন্যাসৰ যুটীয়া সম্পাদকদ্বয়ে কয় যে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে জানিব পৰা মতে মুম্বাইৰ এটা প্ৰতিষ্ঠিত সাংস্কৃতিক সামাজিক অনুষ্ঠান সিদ্ধাৰ্থ কাকৰ ‘সুৰভি ফাউণ্ডেশ্যন’এ ভাৰতৰ বহুসংখ্যক বিখ্যাত ব্যক্তিৰ ব্যৱহৃত কিছু সা-সামগ্ৰী সংগ্ৰহ কৰি সেই সামগ্ৰী সমূহ সঠিকভাৱে সংৰক্ষণ কৰিব পৰা ব্যক্তিৰ মাজত নিলাম কৰে। তাৰ পৰা অৰ্জন কৰা ধনেৰে সামাজিক-সাংস্কৃতি কাম-কাজ কৰে।

লগতে তেওঁলোকে কয় যে সুধাকণ্ঠৰ সংগী প্ৰয়াত কল্পনা লাজমীয়ে ড০ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা এখন হাৰমনিয়াম অনুষ্ঠানটোক দিয়া বুলি আমাক জনাইছিল। হয়তো সেই হাৰমনিয়ামখনকে নিলামত ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছে কৈলাশ খেৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd