• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাৰ মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ

ড০ ভূপেন হাজৰিকাৰ ৭৬ টা কালজয়ী অসমীয়া গীতৰ ইংৰাজী ৰূপান্তৰ ‘উইংগড হৰ্চ’ শীৰ্ষক গ্ৰন্থখন মুখ্য মন্ত্ৰীৰ হাতত অৰ্পন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 11, 2019 7:02 pm

1 min read

Tez Hazarika with Sonowal

মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ তেজ হাজৰিকাৰ

4.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰত ৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাই সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সাক্ষাৎ কৰে।

সাক্ষাৎ কালত তেজ হাজৰিকাই মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক বিষয় সম্পৰ্কত মত-বিনিময় কৰে।

আনহাতে, ড০ ভূপেন হাজৰিকাৰ ৭৬ টা কালজয়ী অসমীয়া গীতৰ ইংৰাজী ৰূপান্তৰ ‘উইংগড হৰ্চ’ শীৰ্ষক গ্ৰন্থখন তেজ হাজৰিকা আৰু চেজ আকাশ হাজৰিকাই মুখ্য মন্ত্ৰীৰ হাতত অৰ্পন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে সুধা কণ্ঠৰ পুত্ৰক ড০ ভূপেন হাজৰিকাৰ বিস্তৃত কৰ্মৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঠিত ড০ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও আশ্বাস প্ৰদান কৰে।

সাক্ষাতৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত থাকে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd