• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দহখন দেশৰ ভিতৰত শীৰ্ষত ভুটান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 29, 2019 3:47 pm

2 min read

Bhutan
32.1k
VIEWS
Share on FacebookShare on Twitter

ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰক পিছ পেলাই ভাৰতৰ চুবুৰীয়া ভুটানে পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দেশৰ স্থান লাভ কৰিছে ল’নলি প্লেনে’ট নামৰ ট্ৰেভেল গাইড এজেন্সি এটাই চলোৱা সমীক্ষাত।

বিশ্বৰ শীৰ্ষস্থানীয় ট্ৰেভেল গাইড এজেন্সিটোৱে যোৱা সপ্তাহত ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা বিশ্বৰ শীৰ্ষ ১০খন দেশৰ তালিকা প্ৰকাশ কৰিছে।

তালিকাখনত ভুটানৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে ইংলেণ্ড আৰু উত্তৰ মেচিডনিয়াই। বগা বালিৰ উপকূলৰ বাবে খ্যাত কেৰিবিয়ান দেশ আৰুবা আছে চতুৰ্থত আৰু দক্ষিণ আফ্ৰিকাৰ দেশ এছৱাটিনি (Eswatini)ই পঞ্চমত স্থান পাইছে।

মধ্য আমেৰিকাৰ দেশ কষ্টাৰিকা, উইণ্ডমিলৰ বাবে জনাজাত নেদাৰলেণ্ড, মধ্য আফ্ৰিকাৰ দেশ লাইবেৰিয়া, উত্তৰ আফ্ৰিকাৰ মৰক্কো আৰু লেটিন আমেৰিকাৰ দেশ উৰুগুৱেই তালিকাৰ ষষ্ঠৰ পৰা দশম স্থানলৈকে ক্ৰমানুসৰি স্থান লাভ কৰিছে।

বহুতো পৰ্য্যটকৰ মত লৈ প্ৰস্তুত কৰা তালিকাখনত ভুটানক এক নম্বৰত স্থান দিয়াৰ সপক্ষে যুক্তি আগ বঢ়াই খ্যাতিমান পৰ্য্যটন প্ৰতিষ্ঠানটোৱে কয়, “ইয়াৰ বহনক্ষম প্ৰয়াস অসাধৰণ। ভুটান প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাষ্ট্ৰ হ’বলৈ গৈ আছে”।

ভুটানে বিশ্বৰ পৰ্য্যটন মানচিত্ৰত এইদৰে অভাৱনীয় প্ৰশংসা আদায় কৰাত স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে পাহাৰীয়া দেশখনৰ চৰকাৰ আৰু জনসাধাৰণ।

কুৱেনছেল অনলাইন নামৰ বাতৰি প্ৰতিষ্ঠানটোৱে ইয়াক দেশখনৰ পৰ্য্যটন নীতিৰ প্ৰভাৱ আছে বুলি মন্তব্য কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd