• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কাষৰীয়া গেলেফুত বিশেষ প্ৰশাসনিক অঞ্চল স্থাপনৰ পৰিকল্পনা ভূটানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 7:12 pm
Assam Bhutan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে শেহতীয়াকৈ গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। অসমৰ সীমান্তৱৰ্তী সৰপাং জিলাৰ গেলেফুত বিশেষ প্ৰশাসনিক অঞ্চল (SAP) স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে ভূটান চৰকাৰে।

অভিলাষী প্ৰকল্পটোৰ অধীনত ভূটান চৰকাৰে হিমালয়ৰ পাদদেশৰ তাৰায়থাং গেৱগৰ পৰা চিংগে গেৱগলৈকে প্ৰায় ১০০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত এলেকা সামৰি ল’ব।

Apply Now

প্ৰকল্পটোৰ জৰিয়তে গেলেফুক কেৱল ভূটানৰ বাবেই নহয়, বৃহত্তৰ দক্ষিণ এছিয়া অঞ্চলৰ বাবেও এক সমৃদ্ধিশালী অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লৈছে ভূটান চৰকাৰে।

দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৰাষ্ট্ৰীয় দিৱসৰ ভাষণত এই প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ লগতে দেশখনক আৰ্থ-সামাজিক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰবাসী ভূটানী লোকসকলৰ প্ৰেৰণাকো স্বীকাৰ কৰে।

এই ঘোষণাই ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক আৰু অধিক দৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, অসমৰ কোকৰাঝাৰক গেলেফুৰ সৈতে সংযোগ কৰা ৫৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণৰ কাম চলি আছে।

শেহতীয়াকৈ পূৰ্বৰ দিল্লী ভ্ৰমণৰ সময়ত ৰজা ৱাংচাক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা আলোচনাত এই বিষয়ে স্থান পাইছিল আৰু তাৰ ফলতে ১০ বিলিয়ন টকাৰ এই প্ৰকল্পটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰথমটো ৰে’ল সংযোগৰ সূচনা হয়।

প্ৰসঙ্গক্ৰমে উল্লেখনীয় যে, অৰ্থনৈতিক বিকাশৰ পোষকতাত নিৰৱচ্ছিন্ন বাণিজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি অসমৰ দাদগিৰিত থকা ভূমি শুল্ক ষ্টেচনটো সংহত চেক পোষ্টলৈ উন্নীত কৰাৰ পৰিকল্পনা চলি আছে।

এই নতুন প্ৰকল্পটোৰ বৃস্তিত তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰজা ৱাংচাকে দক্ষিণ এছিয়াৰ প্ৰায় ২ বিলিয়ন লোকক সংযোগ কৰাৰ ক্ষেত্ৰত গেলেফু-অসম কৰিডৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে।

শেহতীয়াকৈ ৰজা ৱাংচাকৰ অসম ভ্ৰমণে ভূটান-ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল। এই ভ্ৰমণত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd