• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথম টেলিফোনিক বাৰ্তালাপতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2021 2:29 pm
a biden
305
VIEWS
Share on FacebookShare on Twitter

ভবা হৈছিল ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব।

কিন্তু আজি তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পোৱা গ’ল।

মাৰ্কিন ৰাষ্ট্ৰপতি হিচাবে শপতগ্ৰহণ কৰাৰ পিছতে জো বিদেনে বিশ্বৰ কেইবা খনো দেশৰ ৰাষ্ট্ৰপ্ৰধানলৈ ফোন কৰিছে যদিও চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙলৈ তেওঁ ফোন কৰা নাছিল।

আজি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙলৈ ফোন কৰে।

চীনা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অচিলালৈ জিনপিঙলৈ বিদেনে কৰা ফোন কলটোৱে দুয়ো খন দেশৰ সম্পৰ্ক উন্নীত কৰাত সহায় কৰিব বুলি ভবা হৈছিল যদিও প্ৰকৃতাৰ্থত তেনে নহ’ল।

হোৱাইট হাউচৰ সূত্ৰই প্ৰকাশ কৰা মতে আলোচনা কালত বিদেনে জিনপিঙক ইণ্ডো-পেচিফিক অঞ্চলত কোনো কাৰণতে শান্তি বিঘ্নিত যাতে নহয় সেই বিষয়ত চীনক সংযত হৈ থাকিবলৈ এক প্ৰকাৰ সতৰ্ক কৰি দিয়ে।

টেলিফোনিক বাৰ্তালাপত চীনৰ সেনাই দেশ খনৰ জিনজিয়াং প্ৰদেশত ব্যাপক হাৰত মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়টোত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ উদ্বেগ ব্যক্ত কৰে।

জিনজিয়াঙত মানৱাধিকাৰ উলংঘাৰ ঘটনা বন্ধ কৰিবলৈও বিদেনে চীনৰ ৰাষ্ট্ৰপতিগৰাকীক সতৰ্ক কৰি দিয়ে।

উল্লেখ্য ভাৰত-চীন প্ৰসংগত আমেৰিকাই ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কিছুদিন পূৰ্বে হোৱা টেলিফোনিক বাৰ্তালাপত বিদেনে কৈছিল যে সংকটৰ সময়ত আমেৰিকা সদায় ভাৰতৰ কাষত থাকিব।

আমেৰিকাৰ বিদেশ সচিব এণ্টনী ব্লিংকনেও ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰক একে আশ্বোসেই প্ৰদান কৰিছিল।

আজি জিনপিঙৰে হোৱা টেলিফোনিক বাৰ্তালাপতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে চীনক সতৰ্কবাৰ্তা শুনোৱাৰ কথাই সেয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd